বিজেপিৰ শীৰ্ষনেতাই চিনি নোপোৱা দিবন ডেকাক বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন

আৰক্ষী উপ-পৰিদৰ্শক নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ অন্যতম নায়ক বিজেপি নেতা দিবন ডেকাক বিজেপি দলৰ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন...

Read moreDetails

নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী পৰ্য্যটন থলী সমূহৰ উন্নয়নৰ বাবে চামগুৰিৰ লুংচুংত পথৰ আধাৰশিলা স্থাপন মন্ত্ৰী কেশৱ মহন্তৰ

প্ৰাকৃতিৰ ৰম্যভূমি হিচাবে পৰিচিত নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী ঐতিহ্যমণ্ডিত চাপানালা, নীলাপানী, বৰজুৰি আদিকে ধৰি বিভিন্ন অঞ্চল। চাপানালাৰ ইতিহাস প্ৰসিদ্ধ চম্পাৱতী জলপ্ৰপাতৰ পিছতেই...

Read moreDetails

ভাৰতত বিবাহৰ পাছতহে যৌন সম্পৰ্ক স্থাপন হয় কিন্তু নিবনুৱা সমস্যাই বিবাহৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছে : মাৰ্কেণ্ডেয় কাটজু

‘‘ভাৰতৰ দৰে ৰক্ষণশীল সমাজ ব্যৱস্থাত মানুহে বিবাহৰ পাছত যৌন সম্পৰ্ক স্থাপন কৰে আৰু বৰ্তমান সময়ৰ নিবনুৱা সমস্যাই মানুহক বিবাহ সম্পন্ন...

Read moreDetails

অসম আৰক্ষী দিৱসত আই পি এছ বিষয়া নিম্বলকাৰ বৈভৱ চন্দ্ৰকান্তলৈ ডি জি পিৰ প্ৰশংসা পদক

অসম আৰক্ষী দিৱস উপলক্ষে আজি অসম আৰক্ষীৰ কৰ্তব্যৰত ১৩ গৰাকী আৰক্ষী বিষয়া আৰু জোৱানক প্ৰশংসা সূচক সোণৰ পদক আৰু ৬৬...

Read moreDetails

সীমান্তত পুনৰ পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা; এগৰাকী ভাৰতীয় সেনা জোৱান চহিদ

ভাৰত-পাকিস্তান সীমান্তত পাকিস্তানে পুনৰ যুদ্ধবিৰতি উলংঘা কৰি গুলিচালনা কৰাত এগৰাকী ভাৰতীয়া সেনা বাহিনীৰ জোৱান চহিদ হ'বলগীয়া হয়। জম্মু-কাশ্মীৰৰ কৃষ্ণঘাটি চেক্টৰত...

Read moreDetails

ভাৰতত ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যা ৬৩ লাখ অতিক্ৰম

ভাৰতত বিগত ২৪ ঘণ্টাত ৮৬,৮২১ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ফলত ভাৰতত মুঠ ক’ৰ’না আক্ৰান্ত লোকৰ...

Read moreDetails

মণিপুৰত ক’ৰ’নাৰ সংক্ৰমণত দুগৰাকী লোকৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৬৭ গৰাকীলৈ বৃদ্ধি

মণিপুৰত বিগত ২৪ ঘণ্টাত পুনৰ দুগৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয়। ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ...

Read moreDetails

শব্দতকৈ তিনিগুণ বেগত লক্ষ্যবস্তুত আঘাত হানিব পৰা ব্ৰহ্ম’ছ ছুপাৰছ’নিক ক্ৰুইজ মিছাইলৰ সফল পৰীক্ষণ ভাৰতৰ

ভাৰতে বুধবাৰে সফলভাৱে দীৰ্ঘ দুৰত্বভেদী ব্ৰহ্মোছ ছুপাৰছ'নিক ক্ৰুইজ মিছাইলৰ পৰীক্ষণ সম্পন্ন কৰে। ওড়িশাৰ বালাচোৰৰ সাগৰ তীৰত ভাৰতে থলুৱাভাৱে নিৰ্মিত ব্ৰহ্মোছ...

Read moreDetails

আই পি এলৰ এখন খেলৰ সময়ত ক্ৰিকেট বলত থু লগাই থকা দেখা গ’ল ৰবীন উত্থাপ্পাক

য়ু এ ইত চলি থকা আই পি এলৰ কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰোয়েলছৰ মাজৰ এখন খেলৰ সময়ত ক্ৰিকেট বলত...

Read moreDetails

আত্মসমৰ্পণ কৰিবলৈ আহি থকা অৱস্থাত গ্ৰেপ্তাৰ বিজেপি নেতা দিবন ডেকা

গুৱাহাটীলৈ আত্মসমৰ্পণ কৰিবলৈ আহি থকা অৱস্থাত গ্ৰেপ্তাৰ হৈছে বিজেপি নেতা দিবন ডেকা। বিজেপি নেতা গৰাকীক আৰক্ষীয়ে পাটাছাৰকুছিৰ পৰা গ্ৰেপ্তাৰ কৰে।...

Read moreDetails
Page 2926 of 5990 1 … 2,925 2,926 2,927 … 5,990

Stay Connected

Recent News