লকডাউনৰ মাজত অসমত গেলামালৰ দোকান আৰু ফাৰ্মাচিৰ বাহিৰে সকলো বজাৰ বন্ধ ৰখাৰ বাবে অসমৰ মুখ্য সচিবে শুকুৰবাৰে নিৰ্দেশ দিছে। এই...
Read moreDetailsসমগ্ৰ বিশ্বত পাঁচ লক্ষাধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত শেহতীয়াভাৱে আক্ৰান্তহোৱা ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ব্ৰিটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ...
Read moreDetailsদেশত কৰ’নাভাইৰাছ আক্ৰান্তৰ সংখ্যা ৭২৪লৈ বৃদ্ধি পাইছে। চিনাক্ত ৰোগীসকলৰ ভিতৰত আছে ৪৭ গৰাকী বিদেশী নাগৰিক। কৰ’নাভাইৰাছত আক্ৰান্ত হৈ ১৭ গৰাকী...
Read moreDetailsপ্ৰায় ২৮ দিন ধৰি গোলাঘাট জিলা কাৰাগাৰত কাৰাবন্দী হৈ থকা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আজি...
Read moreDetails৮৫০ কোটি টকাৰ সম্পত্তিৰ গৰাকী ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে ক’ৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে মাত্ৰ ১...
Read moreDetailsক’ৰ’না ভাইৰাছৰ বাবে সমগ্ৰ দেশজুৰি চলি থকা ল’কডাউনৰ সুবিধা গ্ৰহণ কৰি ডিব্ৰুগড়ৰ বিভিন্ন স্থানত একাংশই এতিয়া জুৱা খেলৰ আড্ডাত বহা...
Read moreDetailsক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা ৰোগী সকলৰ চিকিৎসাৰ বাবে অসমত অতি শীঘ্ৰেই ৫ খন অস্থায়ী চিকিৎসালয় নিৰ্মাণ কৰা হ’ব বুলি আজি...
Read moreDetails‘‘অহাকালিৰ পৰা সাধাৰণ ৰোগী সকলৰ বাবে বন্ধ হৈ পৰিব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়,’’ আজি সংবাদমেলত এই কথা সদৰী কৰে ৰাজ্যৰ স্বাস্থ্য...
Read moreDetailsলকডাউনৰ বাবে দেশৰ অৰ্থনীতিৰ মন্দা আৰম্ভ হৈছে। ইয়াৰ বাবে আৰ বি আইৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে। ৰেপ’...
Read moreDetailsমাৰাত্মক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশবাসীক ৰক্ষা কৰাৰ উদ্দেশ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ মাৰ্চত দেশত ২১ দিনৰ বাবে ল’কডাউন...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd