পৰেশ বৰুৱাই আলোচনালৈ অহাৰ সুযোগ এৰিলে নিজৰ ভৰিত নিজে কুঠাৰ মৰা হ’ব : অভিজিৎ শৰ্মা

বিদ্ৰোহী সশস্ত্ৰ সংগঠন আলফাৰ সেনাধক্ষ্য পৰেশ বৰুৱাক বিৰোধিতা কৰি অহা তথা সমালোচনাৰে থকা সৰকা কৰা অসম পাব্লিক ওৱৰ্কছ (এ পি...

Read moreDetails

C(A)A-ৰ বিৰোধিতা বিজেপি বিধায়কৰ; ক’লে সেইখন ফালি পেলাওক

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাৰে সমগ্ৰ দেশত আন্দোলন অব্যাহত থকাৰ সময়তে এইবাৰ আইনখনৰ বিৰোধিতা কৰিছে স্বয়ং ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী বিধায়কে।...

Read moreDetails

পৰেশ বৰুৱা আলোচনালৈ আহক, কিন্তু স্বাধীন অসম নাপায় : তৰুণ গগৈ

‘স্বাধীন অসম পৰেশ বৰুৱাই বিচাৰি থকাটো আমি আগতেই নাকচ কৰিছো। পৰেশ বৰুৱা আহক আলোচনালৈ, কিন্তু স্বাধীন অসম নাপায়। সাৰ্বভৌমত্বৰ কথা...

Read moreDetails

অৰুণাচলৰ বিধায়ক তিৰং আবহৰ হত্যাকাণ্ড; NSCN (IM)ৰ ৪ কেডাৰৰ বিৰুদ্ধে চাৰ্জশ্বীট

অৰুণাচল প্ৰদেশৰ পশ্চিম খুনচা বিধানসভাৰ সমষ্টিৰ বিধায়ক তিৰং আবহৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা নিয়াই ২৮ জানুৱাৰীত NSCN...

Read moreDetails

বেডমিণ্টন তাৰকা ছাইনা নেহৱালৰ বিজেপিত যোগদান

বিশ্বৰ প্ৰাক্তন ১ নং স্থানৰ তথা দেশৰ প্ৰথম শাৰীৰ বেডমিণ্টন তাৰকা ২৯ বছৰীয়া ছাইনা নেহৱালে আজি বিজেপিত যোগদান কৰিছে{ দিল্লীৰ...

Read moreDetails

বিদ্ৰোহী কেডাৰৰ মৃত্যুক লৈ মণিপুৰত ক্ষুব্ধ জনতাৰ আৰক্ষী থানা আক্ৰমণ

এগৰাকী কুকি ৰিভ’লুশ্যনাৰী আৰ্মি (KRA)ৰ কেডাৰ আৰক্ষীৰ জিম্মাত নিহত হোৱাক কেন্দ্ৰ কৰি মঙলবাৰে মণিপুৰৰ কাংপকপি জিলাৰ এখন আৰক্ষী থানাত উন্মত্ত...

Read moreDetails

দুদিনীয়া সৰস্বতী পূজাক লৈ পুৰণিগুদামত ব্যস্ত ছাত্ৰ-ছাত্ৰী আৰু মৃৎ-শিল্পী

বিদ্যাৰ অধিস্তাত্ৰী দেৱী সৰস্বতীৰ পূজাক কেন্দ্ৰ কৰি ব্যাপক তৎপৰতাত দেখা পোৱা গৈছে সমগ্ৰ ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী তথা মৃৎ-শিল্পী সকলৰ মাজত।...

Read moreDetails

“স্বাধীনতাৰ চৰ্তবিহীন” আলোচনা নাকচ পৰেশ বৰুৱাৰ

কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ নাকচ কৰি আলফা (স্বা:)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই কৈছে যে “স্বাধীনতা”ক যদি আলোচনাৰ এটা চৰ্ত কৰি লোৱা...

Read moreDetails

অসমৰ কাগজ কলৰ কৰ্মচাৰীলৈ সাময়িক সকাহ দিল্লী উচ্চ ন্যায়ালয়ৰ

অসমৰ নগাওঁ আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলক তেওঁলোক থকা বাসগৃহ খালী কৰিবলৈ নিলামী প্ৰক্ৰিয়াৰ দায়িত্বত থকা বিষয়াই দিয়া নিৰ্দেশটোত সাময়িকভাৱে...

Read moreDetails

CAA-ৰ অধীনত নাগৰিকত্বৰ বাবে নিয়ম প্ৰস্তুত; দেশত প্ৰথমবাৰৰ বাবে “ধৰ্ম” নাগৰিকত্বৰ প্ৰধান চৰ্ত হ’ল

কেন্দ্ৰীয় চৰকাৰে অনা বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনখনৰ অধীনত নাগৰিকত্ব পাবৰ বাবে অবৈধ বিদেশীয়ে মাত্ৰ দুটা প্ৰমাণ দিব পাৰিলেই হ’ব। কেন্দ্ৰীয়...

Read moreDetails
Page 3754 of 5980 1 … 3,753 3,754 3,755 … 5,980

Stay Connected

Recent News