নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত আজি চামগুৰি আঞ্চলিক ছাত্ৰ সন্থাই ৰূপায়ণ কৰা ব্যাপক প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়...
Read moreDetailsৰাজ্য সভাত আজি উত্থাপিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতি সমৰ্থন আগবঢ়াইছে বি পি এফৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে। বিধেয়েকখনৰ সপক্ষে যুক্তি প্ৰদৰ্শন...
Read moreDetailsসমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পাঠশালাত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ “বদন’ক শিশুপাল খেদা দিলে ছাত্ৰ সমাজে l যি সময়ত কটন, গুৱাহাটী,...
Read moreDetailsঅসমবাসীয়ে নাগৰিকত্ব (সংশোধন) বিধেয়কৰ বিৰুদ্ধে অব্যাহত ৰখা ব্যাপক বিক্ষোভক কাবু কৰিবলৈ অৱশেষত ইণ্টাৰনেট সেৱা বন্ধৰ আশ্ৰয় লৈছে চৰকাৰে। বিধেয়কখনৰ বিৰুদ্ধে...
Read moreDetailsকেন্দ্ৰ চৰকাৰে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পাছত আজি ৰাজ্যসভাত গৃহ মন্ত্ৰী অমিত শ্বাহে বিধেয়কখন উত্থাপন কৰে। ৰাজ্যসভাত উত্থাপিত...
Read moreDetailsনাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত চলি আন্দোলনক লৈ অসমত বৰ্তমান অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি হৈছে। সমাজৰ সকলো স্তৰৰ লোকেই বিধেয়কৰ তীব্ৰ...
Read moreDetailsৰাজ্য সভাত নাগৰিকত্ব (সংশোধন) বিধেয়ক ২০১৯ৰ বিতৰ্ক চলি থকাৰ মাজত অসমত অব্যাহত ব্যাপক বিক্ষোভৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে ৰাজধানী দিচপুৰ। যোৱা...
Read moreDetailsবৰ্তমান ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ ওপৰত বিতৰ্ক চলি আছে আৰু ইপিনে অসম কেব বিৰোধিতাৰে অগ্নিগৰ্ভ হৈ উঠিছে। নাগৰিকত্ব সংশোধনী বিধেয়কখন...
Read moreDetailsঅসমত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ হোৱাৰ সময়তে কেন্দ্ৰ চৰকাৰে প্ৰতিবাদকাৰী সকলক নিয়ন্ত্ৰণৰ বাবে জম্মু-কাশ্মীৰৰ পৰা অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত...
Read moreDetailsনিজৰ জাতি, ভাষা, কৃষ্টিৰ সংকটৰ সময়ত অসম আৰু ত্ৰিপুৰাত কোনেও আহ্বান নজনোৱাকৈয়ে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ মানুহ। ১০ ডিচেম্বৰত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd