গোৱালপাৰা জিলাৰৰ অসম-মেঘালয় সীমান্তত সংঘটিত হোৱা এক জঘন্য ম’ৰেল পুলিচিঙৰ ঘটনাই সভ্য সমাজক লজ্জানত কৰিছে। অসম-মেঘালয় সীমান্তত একাংশ উন্মত্ত লোকে...
Read moreDetailsডিমা হাচাও জিলাৰ মাহুৰ ৰেলৱে ষ্টেশ্যনৰ সমীপত সোমবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি মাহুৰ আৰক্ষীয়ে নিচাযুক্ত ব্লু টেবলেটৰ সৈতে...
Read moreDetailsসততে অভিনৱ ধৰণে প্ৰতিবাদ কৰি অহা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি বিধানসভাৰ চৌহদতে নিজৰ হাত কাটি তেজেৰে চিঠি লিখাৰ পিছতে...
Read moreDetailsবলিউদৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী চলমান খান আৰু কেটৰিনা কাইফক বাংলাদেশ প্ৰিমিয়াৰ লীগ-টি২০ৰ উদ্বোধনী অনুষ্ঠানত একেলগে মঞ্চত দেখা যাব। বংগবন্ধু শ্বেইখ মুজিবুৰ...
Read moreDetailsসংসদৰ শীতকালীন অধিৱেশনত নাগৰিকত্ব বিধেয়ক গৃহিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে তৎপৰতা চলোৱাৰ লগে লগে প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য। ৰাজ্যৰ চাৰিওফালে...
Read moreDetailsনাগৰিকত্ব সংশোধনী বিধেয়কখন সমৰ্থন কৰিবলৈ গৈ বিতৰ্কিত মন্তব্য আগবঢ়াই অহা বৰাকৰ বহিষ্কৃত বিজেপি নেতা প্ৰদীপ দত্ত ৰয়ে অলপতে কৰা অসমীয়া...
Read moreDetailsভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী আৰু অভিনেত্ৰী অনুষ্কা শৰ্মা বৰ্তমান সময়ত ভাৰতত সৰ্বাধিক চৰ্চিত আৰু জনপ্ৰিয় যুটী। প্ৰায়ে দুয়োগৰাকী...
Read moreDetailsনাগৰিকত্ব বিধেয়কক লৈ চৰ্চা-প্ৰতিবাদৰ মাজতে অসম সাহিত্য সভা আৰু ন বিজেপি, বাঙালী সংগঠনৰ নেতা সুকুমাৰ বিশ্বাসে মঙলবাৰে সম্বোধন কৰিছে যুটীয়া...
Read moreDetailsভাৰত আৰু চীনা সৈন্যই মেঘালয়ৰ উমৰোইত ডিচেম্বৰৰ ৭ তাৰিখৰ পৰা এক যুটীয়া সামৰিক অনুশীলনত অংশ ল’ব। ‘হেণ্ড-ইন-হেণ্ড’ শীৰ্ষক সামৰিক অনুশীলনত...
Read moreDetailsআজি বিশ্ব প্ৰতিবন্ধী দিৱস। কিন্তু শিৱসাগৰত এই দিৱস বৰ্জন কৰিলে প্ৰতিবন্ধীসকলে। অসমৰ প্ৰতিবন্ধী সকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি চৰকাৰে কৰি অহা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd