বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ক্ৰিকেট লীগ আই পি এলক অধিক গতিশীল তথা ৰোমাঞ্চকৰ কৰাৰ লক্ষ্যৰে কেতবোৰ নতুন নিয়ম প্ৰযোজ্য কৰাৰ পৰিকল্পনা...
Read moreDetailsঅসম প্ৰদেশ যুৱ কংগ্ৰেছীৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰে কাহিলিপাৰা স্থিত অসম সৰ্বশিক্ষা অভিযান মিছনৰ মুখ্য কাৰ্যালয়ৰ সন্মুখভাগ। ইপিনে, প্ৰতিবাদৰ...
Read moreDetailsমণিপুৰৰ ৰাজধানী ইম্ফলত মঙলবাৰে পুৱাই সংঘটিত বোমা বিস্ফোৰণৰ ফলত চাৰি গৰাকী আৰক্ষীৰ লোক গুৰুতৰভাৱে আহত হৈছে। উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত আহত...
Read moreDetailsগোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত পৰইকানত দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰিছে এজন যুৱক। যুৱক জনে নিজকে...
Read moreDetailsআজি ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকী। একাধাৰে এগৰাকী প্ৰসিদ্ধ কবি, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী, সংগীতজ্ঞ তথা চলচ্চিত্ৰ নিৰ্মাতা গৰাকীৰ...
Read moreDetailsচৰকাৰী বিদ্যালয় সমূহত অধ্যয়নৰত চতুৰ্থ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক হেলিকপ্টাৰত উঠাৰ সুযোগ দিয়াৰ পৰিকল্পনা কৰিছে মণিপুৰৰ শিক্ষা বিভাগে। ৰাজ্যখনৰ...
Read moreDetailsচীনৰ স্মাৰ্টফোন কোম্পানী Vivo ই তেওঁলোকৰ দুটা স্মাৰ্টফোনৰ দাম হ্ৰাস কৰিছে। এই স্মাৰ্টফোন দুটা হৈছে Vivo Y91 আৰু Vivo Y91i...
Read moreDetailsমুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে সোমবাৰে উচ্চ ন্যায়ালয়সমূহে গোচৰ নিষ্পত্তিত কৰা বিলম্বৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰি কয়...
Read moreDetailsগুৱাহাটীক প্ৰদূষণ মুক্ত কৰাৰ লক্ষ্যৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনত গুৱাহাটীবাসীৰ বাবে ১৫ খন ইলেকট্ৰিক...
Read moreDetailsগৃহ সমষ্টি বোকাখাতৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কামকাজৰ খতিয়ান ল'বৰ বাবে সোমবাৰে বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এক বিশেষ বৈঠক অনুষ্ঠিত কৰে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd