‘আকৌ এবাৰ মোদী চৰকাৰ’ গানৰ বাবে সীমান্ত শেখৰক মুখ্য মন্ত্ৰীৰ সম্বৰ্ধনা
‘আকৌ এবাৰ মোদী চৰকাৰ’ শীৰ্ষক গানেৰে বিজেপিক নিৰ্বাচনী প্ৰচাৰৰ সময়ত সমগ্ৰ অসমত জনপ্ৰিয় কৰি তোলা গায়ক সীমান্ত শেখৰক কালি ৰাজ্যিক...
Read more‘আকৌ এবাৰ মোদী চৰকাৰ’ শীৰ্ষক গানেৰে বিজেপিক নিৰ্বাচনী প্ৰচাৰৰ সময়ত সমগ্ৰ অসমত জনপ্ৰিয় কৰি তোলা গায়ক সীমান্ত শেখৰক কালি ৰাজ্যিক...
Read moreকিছুদিন পূৰ্বে নামাজক লৈ সাম্প্ৰদায়িক সংঘাত সৃষ্টি হোৱা হাইলাকান্দিৰ এটা মছজিদত আজি বোমা বিস্ফোৰণ হয়। ঘটনাটো ঘটে অসম-মিজোৰামৰ সীমান্তৰ কচুৰথল...
Read moreগোলাঘাট জিলাৰ অকা তিনিআলিত সংঘটিত বিশেষভাৱে সক্ষম এগৰাকী যুৱতীক ধৰ্ষণ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণি মতে...
Read moreলোকসভা নিৰ্বাচনত দলৰ বিপৰ্য্যয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি ইউ পি কংগ্ৰেছ সভাপতি ৰাজ বাব্বৰে পদত্যাগ কৰাৰ পিছত, চলিত অসম প্ৰদেশ...
Read more“বিজেপি ক্ষমতাত আছে। টকা-পইচা আছে, আৰু তেওঁলোকে হিন্দু-মুছলমানৰ খেলটো খেলে, সেইটোৱে তেওঁলোকক বহুত সহায় কৰে”, বিজেপিয়ে সপ্তদশ লোকসভা নিৰ্বাচনত দেখুওৱা...
Read moreগুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত চলি থকা দ্বিতীয় ইণ্ডিয়া অ’পেন আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ ফাইনেলত ছয়বাৰৰ বিশ্ব...
Read moreপ্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিৰোধিতাক অৱজ্ঞা কৰি বিজেপিৰে পুনৰ মিত্ৰতা কৰা অগপই লোক সভা নিৰ্বাচনত মুখথেকেচা খালে। তিনিখনৰ...
Read moreউত্তৰ-পূবত এন দি এ’ৰ বিপুল বিজয়ৰ পিছত অঞ্চলটোৰ পৰা পূৰ্বতকৈ অধিক মন্ত্ৰিত্বৰ আশা বৃদ্ধি পাইছে। ১৬সংখ্যক লোকসভা ভংগ কৰাৰ বাবে...
Read more'ভাৰতবৰ্ষত কংগ্ৰেছ দল বিধ্বস্ত হোৱাৰ একামাত্ৰ কাৰণ ৰাহুল গান্ধী। ৰাহুল গান্ধীক চাই কোনে ভোট দিব। ৰাহুল গান্ধী আৰু নৰেন্দ্ৰ মোদীৰ...
Read moreসপ্তদশ লোকসভা নিৰ্বাচনৰ ফলাফলক উপযুক্ত বিকল্পহীনতাত জনসাধাৰণৰ মতদান আখ্যা দিছে কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে। বিজেপিৰ জয়ক দেশবাসীৰ বাবে বেয়া...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd