লুইতৰ বুকুৰে নৌ-পথেৰে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজত আহ-যাহ কৰা হাজাৰ হাজাৰ যাত্ৰীৰ বাবে অধিক সুচলতাৰ বাট মুকলি হোৱাৰ পথত। জলপথ ব্যৱহাৰকাৰীসকলৰ...
Read moreDetailsকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ পৰা ১৭ ফেব্ৰুৱাৰিত উদ্ধাৰ কৰি অনা মাইকী গঁড় পোৱালীটোৰ শুকুৰবাৰে নিশা কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন...
Read moreDetailsগোলাঘাট জিলাৰ শালমৰা চাহ বাগিচাত বৃহস্পতিবাৰে নিশা বিষাক্ত চুলাই মদ পান কৰি বৰ্তমানলৈকে প্ৰায় ৯৯ জন চাহ শ্ৰমিকে মৃত্যুক সাবটি...
Read moreDetailsঅৰুণাচল প্ৰদেশত চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণৰ বাবে যোৱা অসমৰ শিল্পী দলে এক অভাৱনীয় পৰিবেশত কোনোমতে প্ৰাণ বচাব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়।...
Read moreDetailsছয় বাৰৰ বিশ্ব কাপ বিজয়ী বক্সাৰ মেৰীকমৰ জীৱন ভিত্তিক এখন তথ্যচিত্ৰ ক্ৰীড়াপ্ৰেমীসকলে অতি সোনকালেই টিভি স্ক্ৰীনত দেখিবলৈ পাব। কানাডাৰ আন্না...
Read moreDetailsছৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেটত নাগালেণ্ডে গঢ়িলে বৃহৎ পৰাজয়ৰ বিশ্ব অভিলেখ। অন্ধ্ৰপ্ৰদেশৰ বিৰুদ্ধে ১৭৯ ৰাণৰ বৃহৎ ব্যৱধানত পৰাস্তহৈ অনাকাংক্ষিত অভিলেখৰ...
Read moreDetailsবৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত সৰুহৰিদ গাঁৱৰ বাসিন্দা প্ৰয়াত আব্দুল হামেদৰ তিনিজন পুত্ৰই ভাৰতীয় সেনা জোৱান হোৱাৰ পাছতো পৰিয়ালটোৰ সদস্যসকলৰ...
Read moreDetailsগোলাঘাট জিলাত বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা লোকৰ সংখ্যা ৮০ জনলৈ বৃদ্ধি পাইছে। এতিয়াও বহু লোক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি...
Read moreDetailsঅৰুণাচল প্ৰদেশত বসবাস কৰি থকা দেউৰী আৰু মৰাণ সকলক ৰাজ্যখনৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰাৰ পাছতে...
Read moreDetailsপ্ৰথমখন খেলত পৰাজয়ৰ পাছত ক্ৰিকেটৰ শিশু মিজোৰামৰ বিৰুদ্ধে জয়লাভ কৰিছে অসমে। কটকৰ বাৰাৱতী ষ্টেডিয়ামত অনুষ্ঠিত ছৈয়দ মুস্তাক আলী টি-২০ ক্ৰিকেটৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd