কাশ্মীৰৰ পুলৱামাত জে’শ্ব ই মহম্মদৰ আত্মঘাতী আক্ৰমণে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে “আমাক উৎসাহিত কৰিছে”, মন্তব্য অসম বিজেপিৰ সভাপতি ৰঞ্জিত...
Read moreDetailsনতুন দিল্লীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মণিপুৰ ষ্টুদেণ্টছ এচ’চিয়েচন দিল্লী (MSAD)ৰ উপদেষ্টা থকচম ৱিৱনৰ মুক্তিৰ দাবীত শুকুৰবাৰে জনকপুৰী থানাত ভিৰ কৰিছে...
Read moreDetailsগুৱাহাটীৰ ৰজ্জুপথ মুকলি কৰাৰ ক্ষেত্ৰত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে পুনৰ সময় পিছুৱাইছে। উল্লেখযোগ্য যে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংলগ্ন কৰি...
Read moreDetailsকাশ্মীৰৰ পৰা বিমানযোগে অসমলৈ আনি থকা হৈছে পুলৱামাত জে’শ্ব এ’ মহম্মদৰ আত্মঘাতী বিস্ফোৰণত নিহত অসমৰ চি আৰ পি এফ জোৱান...
Read moreDetails১৪ ফেব্ৰুৱাৰিত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জইছ ই মহম্মদে জম্মু আৰু কাশ্মীৰৰ পুলৱামাত ভাৰতৰ চি আৰ পি এফ দলৰ ওপৰত...
Read moreDetailsঅৰুণাচল প্ৰদেশৰ সংবেদনশীল চীন সীমান্তত ২০০০ ম’বাইল টাৱাৰ স্থাপন কৰিব বি এচ এন এল-এ। সীমান্ত অঞ্চলত যোগাযোগ উন্নত কৰাৰ বাবে...
Read moreDetailsশুকুৰবাৰে অসমৰ অস্মিতা চলিহাক হৰুৱাই গুৱাহাটীত চলি থকা ৮৩ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে তাৰকা শ্বাটলাৰ পি...
Read moreDetailsশুকুৰবাৰে শিৱসাগৰ পৌৰসভাৰ উদ্যোগত স্বচ্ছ ভাৰত মিচন আৰবানৰ অধীনত নগৰখনত এক চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নগৰখনক পৰিষ্কাৰ কৰি ৰখাৰ...
Read moreDetailsআগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহী কেইবাজনো কংগ্ৰেছ নেতাই আজি ৰাজীৱ ভৱনলৈ গৈ টিকট বিচাৰি নিজৰ নিজৰ আৱেদন দাখিল কৰিছে।...
Read moreDetailsগুৱাহাটীৰ তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত চলি থকা ৮৩ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd