• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাৰ হাউলীত পাকিস্তানৰ পতাকা দাহ, চহিদলৈ শ্ৰদ্ধাঞ্জলি

NE NOW NEWS আনিছুজ জামান
হাউলী , February 16, 2019 9:56 pm

1 min read

বৰপেটাৰ হাউলীত পাকিস্তানৰ পতাকা দাহ, চহিদলৈ শ্ৰদ্ধাঞ্জলি

বৰপেটাৰ হাউলীত পাকিস্তানৰ পতাকা দাহ, চহিদলৈ শ্ৰদ্ধাঞ্জলি।

208
VIEWS
Share on FacebookShare on Twitter

কাশ্মীৰৰ পুলৱামাত সংঘটিত ঘটনাই এতিয়াও শোকাহত কৰি ৰাখিছে সমগ্ৰ দেশবাসীক৷ দেশৰ প্ৰতিজন নাগৰিকৰ নিৰাপত্তা আৰু দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ বাবে নিজৰ জীৱনকো তুচ্ছ কৰি জীৱন বলি দিয়া বীৰ জোৱান চহিদসকলৰ প্ৰতি দেশবাসীয়ে জনাই আহিছে শ্ৰদ্ধাঞ্জলি৷

বৃহস্পতিবাৰে পাকিস্তানী উগ্ৰপন্থীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাত চহিদ হোৱা চি আৰ পি এফৰ বীৰ জোৱানসকলৰ প্ৰতি শনিবাৰে বৰপেটাৰ হাউলীতো শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

হাউলীৰ চণ্ডী বৰুৱা সামাজিক সাংস্কৃতিক সন্থাৰ উদ্যোগত আৰু আৰু হাউলী প্ৰেছ ক্লাবৰ সহযোগত হাউলী চাৰিআলিত সন্ধিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি চহিদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হাউলী চহৰবাসীয়ে।

ইপিনে পাক সমৰ্থিত কাশ্মীৰী সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত ঘটনাৰ প্ৰতিবাদত হাউলী চহৰত দাহ কৰা হয় পাকিস্তানৰ পতাকা৷

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ হাউলী আঞ্চলিক সমিতিয়ে ৰাজপথত পাকিস্তানৰ বিৰুদ্ধে সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে৷

প্ৰতিবাদকাৰীসকলে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ পতাকা দাহ কৰি পাকিস্তান মুৰ্দাবাদ, পাকিস্থান নিপাত যাওক ধ্বনি দিয়ে।

প্ৰতিবাদকাৰীসকলে জে’শ্ব-এ-মহম্মদৰ মুৰব্বীৰ লগতে আত্মঘাতী সন্ত্ৰাসবাদীজনৰো প্ৰতিকৃতি দাহ কৰি সন্ত্ৰাসবাদ বিৰোধী শ্ল’গান দিয়ে৷

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd