চৰকাৰৰ বিধায়ক মন্ত্ৰীসকলক জাগ্ৰত কৰাৰ প্ৰয়াসেৰে বহস্পতিবাৰে ক’লা বস্ত্ৰ পৰিধান কৰি এক সংবাদমেল সম্বোধন কৰে প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু...
Read moreDetailsনতুন দিল্লীৰ ৰাজপথত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যুৱ কংগ্ৰেছীসকলে বৃ্হস্পতিবাৰে বিজেপি চৰকাৰৰ “অসম তথা উত্তৰ-পূব ভাৰত বিৰোধী” ভূমিকাৰ প্ৰতিবাদত এক...
Read moreDetailsশিৱসাগৰ জিলাৰ ক্ৰীড়া বিষয়া কাৰ্যালয়ে ভাৰত চৰকাৰৰ ‘খেলো ইণ্ডিয়া’ আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ৰ ১৫ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। এই...
Read moreDetails‘’অসমক দ্বিতীয় কাশ্মীৰ অথবা দ্বিতীয় ত্ৰিপুৰা হ’বলৈ দিয়া নহ’ব।‘’ আজি শ্বহীদ ন্যাসৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত কামৰূপ জিলা...
Read moreDetailsৰাজ্যসভাত গেৰুৱা দলৰ বিৰুদ্ধে নাগৰিকত্ব বিধেয়কৰ ৰণত বিৰোধীৰ সমৰ্থন গোতোৱাৰ বাবে নতুন দিল্লীৰ ছাউনিত টঙালি বান্ধি গোট খাইছে অগপৰ সকলো...
Read moreDetailsঅসমৰ জাতি-জনগোষ্ঠী আৰু ভাষা-সংস্কৃতিৰ অস্তিত্ব সংকটাপন্ন কৰি বিজেপি চৰকাৰে গৃহীত কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে আজি নিখিল ভাৰত...
Read moreDetails‘‘তিনিচুকীয়াৰ কালি সংঘটিত হৈ যোৱা ঘটনাৰ পাছতেই মুখ্য মন্ত্ৰীয়ে কালিয়েই আৰক্ষী মহা পৰিদৰ্শকৰ তদন্তৰ নিৰ্দেশনা দিছে। তাৰ পাছতেই তিনিচুকীয়া আৰক্ষীয়ে...
Read moreDetailsজি এল পাব্লিকেশ্যনৰ পৰিচালন সঞ্চালক জি এল আগৰৱালাৰ আজি উলুবাৰীৰ নিজা বাসগৃহত ৪.৩০ বজাত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত...
Read moreDetailsনেশ্যনেল ডেম’ক্ৰেটিক ফ্ৰণ্ট অব বড়োলেণ্ড (এন ডি এফ বি)ৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক ২০০৮’ত সংঘটিত ছিৰিয়েল বোমা বিস্ফোৰণৰ সৈতে জড়িত...
Read moreDetailsতিনিচুকীয়াৰ ঘটনাক নলবাৰীৰ ঘটনাৰ ‘কাউন্টাৰ প্ৰডাক্ট’ বুলি উল্লেখ কৰি ইয়াৰ বাবে চৰকাৰক সংযম ৰক্ষা কৰি চলাৰ আহ্বান জনাইছে প্ৰাক্তন মুখ্য...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd