DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিয়ে সংযম ৰক্ষা নকৰাৰ বাবেহে সংঘটিত হৈছে নলবাৰী-তিনিচুকীয়াৰ ঘটনা : মহন্ত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 31, 2019 7:22 pm
31-01-19 Guwahati- Prafulla Kumar Mahanta press conference (3) (1)

গুৱাহাটীত বৃহস্পতিবাৰে সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। ফটো : ইউ বি

485
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়াৰ ঘটনাক নলবাৰীৰ ঘটনাৰ ‘কাউন্টাৰ প্ৰডাক্ট’ বুলি উল্লেখ কৰি ইয়াৰ বাবে চৰকাৰক সংযম ৰক্ষা কৰি চলাৰ আহ্বান জনাইছে প্ৰাক্তন মুখ্য মন্ত্ৰী তথা অগপৰ জ্যেষ্ঠ নেতা প্ৰফুল্ল কুমাৰ মহন্তই। উলুবাৰীৰ হোটেল প্ৰিয়া পেলেচত প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে এখন সংবাদমেলত এইদৰে মন্তব্য কৰে।

‘’বিজেপিয়ে সংযম ৰক্ষা নকৰাৰ বাবেহে এনে ঘটনা সংঘটিত হৈছে,’’-মহন্তই কয়।

প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই লগতে তিনিচুকীয়াৰ ঘটনাৰ পাছত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কৰা মন্তব্যকো দুৰ্ভাগ্যজনক আখ্যা দিয়ে।

আনহাতে, জাতিৰ সংকটৰ সন্ধিক্ষণত সোঁতৰ বিপৰীতে যোৱা সকলক উভতি অহাৰ আহ্বান জনায় মহন্তই। তেওঁ সদৌ অসম কৰ্মচাৰী পৰিষদক আন্দোলনৰ বাবে ওলাই অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

ইপিনে, কেন্দ্ৰীয় চৰকাৰে হিন্দু নাগৰিকক সংস্থাপন দিব বিচৰা সন্দৰ্ভত মহন্তই ‘’যদি ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ আন দেশৰ মানুহ আহিছে তেনেহ’লে ভাৰত চৰকাৰে ৰাষ্ট্ৰসংঘক বিষয়টো অৱগত কৰোৱা নাই কিয়?’’ বুলি   প্ৰশ্ন কৰে।

তেওঁ লগতে ‘’ইয়াৰ দ্বাৰা দেশখনৰ ওপৰত বদনাম হে জাপি দিয়া হৈছে’’ বুলি মন্তব্য কৰে।

মহন্তই জানিব দিয়ে যে কাইলৈ নতুন দিল্লীত উত্তৰ-পূবৰ ১১ টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে ৰাষ্ট্ৰপতি আৰু প্ৰধান মন্ত্ৰীক সাক্ষাৎ কৰিব।

Recent News

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

মহানগৰীত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Assam

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd