অষ্টম স্থানেৰে গৌৰীসাগৰলৈ গৌৰৱ কঢ়িয়াই অনা দেৱাশ্ৰীৰ চিকিৎসক হোৱাৰ মন

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গৌৰীসাগৰৰ অন্যতম বেচৰকাৰী শিক্ষানুষ্ঠান গৌৰীসাগৰ শংকৰদেৱ বিদ্যামন্দিৰৰ ছাত্ৰী দেৱাশ্ৰী শইকীয়াই ৰাজ্যখনৰ ভিতৰতে অষ্টম স্থান...

Read moreDetails

অভিযন্তা, চিকিৎসক নহয় এগৰাকী ভাল চিত্ৰ শিল্পী হোৱাৰ মন সপ্তম স্থানপ্ৰাপ্ত অংকুৰৰ

বৰ্তমান স্থানপ্ৰাপ্ত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিকিৎসক, অভিযন্তা হোৱাৰ হাবিয়াসৰ সময়ত পুৰণিগুদাম বিদ্যানিকেতনৰ পৰা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান...

Read moreDetails

পূৰ্বতে গ্ৰেছ মাৰ্ক দিয়াৰ বাবে অধিক সংখ্যকে লাভ কৰিছিল ‘লেটাৰ’ আৰু ‘ষ্টাৰ’ মাৰ্ক : শিক্ষা মন্ত্ৰী

‘‘পূৰ্বতে ‘গ্ৰেছ’ অথবা ‘মদাৰেশ্যন' মাৰ্ক দিয়াৰ বাবে অধিক সংখ্যক শিক্ষাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হৈছিল ‘লেটাৰ’ আৰু ‘ষ্টাৰ’ মাৰ্ক। কিন্তু এইববাৰ...

Read moreDetails

ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা; ২১ মে’ত অধিসূচনা

  অসমত খালী হ’ব লগীয়া ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ কুচকাৱাজ চলাইছে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগৰ সূত্ৰই জনাইছে...

Read moreDetails

আমবাৰীত চলি আছে সাধাৰণ পৰিষদৰ সভা : সিদ্ধান্ত হ’ব প্ৰফুল্ল কুমাৰ মহন্তৰ বিষয়ত

যোৱা ১৩ মে'ত বিধায়িনী দলৰ বৈঠক আৰু ১৪ মে'ত বৰ্ধিত কাৰ্য্য নিৰ্বাহক বৈঠকৰ পাছতে আজি আমবাৰীস্থ অগপৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত...

Read moreDetails

আলফা স্বাধীনত আৰু এটা আঘাত : আন তিনিজন কেডাৰ অসম আৰক্ষীৰ জালত

শেহতীয়াকৈ ইটোৰ পিছত সিটো বিপৰ্য্যয়ৰ সন্মুখীন হোৱা আলফা (স্বাঃ)ৰ ওপৰত আন এটা আঘাত হানি নিৰাপত্তা বাহিনীয়ে সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৰ তিনিজনকৈ...

Read moreDetails

উচ্চতৰ মাধ্যমিক পৰ্যায়ত বিহুভিত্তিক বিষয়ৰ অৱতাৰণা : কিছু প্ৰশ্ন

অতি সম্প্ৰতি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সিদ্ধান্ত লৈছে যে ২০২০ বৰ্ষৰপৰা কাৰ্যকৰী হোৱাকৈ “বিহু” সম্পৰ্কীয় এটি পাঠ্যবিষয় আৰম্ভ কৰা...

Read moreDetails

নগাঁৱৰ ৰামানুজন একাডেমিত বিজ্ঞান পঢ়িব ৫ম স্থান পোৱা অঃ জাঃ বিঃৰ প্ৰিয়ংকাই

আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী প্ৰিয়ংকা কলিতাই পঞ্চম স্থান দখল কৰি বিদ্যালয়খনলৈ...

Read moreDetails

হাইস্কুল শিক্ষান্ত পৰীক্ষা, ২০১৯-ৰ ফলাফল : শীৰ্ষ দহটা স্থানত সোমাবলৈ সক্ষম হোৱা ৩৯জনৰ তালিকা

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত শীৰ্ষ দহটা স্থানত সোমাবলৈ সক্ষম হোৱা ৩৯জন ছাত্ৰ-ছাত্ৰীৰ নাম, নম্বৰ, বিদ্যালয় আৰু জিলাৰ তালিকা...

Read moreDetails

মেট্ৰিকৰ ফলাফলত পুনৰ শীৰ্ষত ধেমাজি জিলা; সৰ্বনিম্ন উত্তীৰ্ণৰ হাৰ হাইলাকান্দিত

২০১৯ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পূৰ্বৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি ৮৩.২৮ শতাংশৰ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে বান বিধ্বস্ত...

Read moreDetails
Page 4383 of 5970 1 4,382 4,383 4,384 5,970

Stay Connected

Recent News