শীঘ্রেই আপোনাৰ বাজেটক প্ৰভাৱিত কৰিব পৰা কিছু পৰিৱৰ্তনৰ খবৰে আপোনাৰ দৈনন্দিন খৰচৰ হিচাপত হাতৰ মুঠি টান কৰিব পাৰে। অহা ১...
Read moreDetailsগুৱাহাটী মহানগৰীৰ লগত উত্তৰ পাৰক সংযোগ কৰা পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ কাম উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই হাতত লৈছিল। ৰে’লৱে বিভাগৰ মেৰামতিৰ...
Read moreDetailsৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰু চোৰৰ চক্ৰ সক্ৰিয় হৈ থকাৰ সময়তে দেওবাৰে নিশা আৰক্ষীৰ অভিযানত যোৰহাট জিলাৰ পৰা আটক হয় দুটা...
Read moreDetailsদেওবাৰে নিশা তেজপুৰৰ পৰা আমিনগাঁওৰ উপায়ুক্তৰ কাৰ্যালয়লৈ ইভিএম মেচিন কঢ়িয়াই অনাকলৈ প্ৰদেশ কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আজি ৰাজীৱ ভৱনত...
Read moreDetailsগোলঘাটৰ নিবাসী উপন্যাসিকা, গল্পকাৰ, ‘চাৰিশাল গোঁসানীৰ তেজ’ শীৰ্ষক উপন্যাসৰ বাবে ২০১৪ চনৰ সন্মানীয় 'মুনীন বৰকটকী সাহিত্য বঁটা' লাভ কৰা তুলিকা...
Read moreDetailsপ্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে শিলচৰৰ কংগ্ৰেছ সাংসদ সুস্মিতা দেবে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ কাইলৈ অৰ্থাৎ...
Read moreDetailsমন্ত্ৰী ভৱেশ কলিতাৰ ছত্ৰছায়াত জলসিঞ্চন বিভাগত চাকৰিৰ বজাৰ বহা বুলি অভিযোগ অনা এ পি ডব্লিউৰ সভাপতি অভিজিত শৰ্মাৰ বিৰুদ্ধে মানহানিৰ...
Read moreDetailsআলফা (স্বা)ৰ শিবিৰ এৰি পলায়ন কৰাৰ বাবে ললিত অসম, অশ্চিনী অসম আৰু ৰুবুল মৰাণক সংগঠনটোৱে হত্যা কৰা বুলি বাতৰি ওলোৱাৰ পিছতে...
Read moreDetailsমেঘালয়ৰ ৰাজধানী শ্বিলঙৰ মাউৰহত থকা এফ চি আই গুডামৰ সমীপত ৰখাই থোৱা ৩খনকৈ ট্ৰাকত কালি মাজনিশা কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নি...
Read moreDetailsঅসমৰ জনপ্ৰিয় ভ্ৰাম্যমাণ নাট্যগোষ্ঠী আৱাহন থিয়েটাৰৰ বেংগালোৰু যাত্ৰা দৰ্শকৰ ব্যাপক উচাহৰ মাজেৰে সামৰণি পৰে। পূব বেংগালোৰ বিহু সমিতি, আছাম চ’চাইটি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd