উঃ-পূবত অন্ত পৰিল ভোটগ্ৰহণ প্ৰক্ৰিয়া; ৩য় পৰ্য্যায়ত অসমত ১০ শতাংশ বাঢ়িল ভোটদান

অসমত চাৰিটা আৰু ত্ৰিপুৰাত এটা সমষ্টিত ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ লগে লগে উত্তৰ-পূবত আজি লোকসভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰে। আজি...

Read moreDetails

ন্যায়াধীশ আলী, ন্যাঃ শৰ্মাক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপতি নিযুক্তি

ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা আৰু ন্যায়াধীশ মিৰ আলফাজ আলীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থায়ী বিচাৰপতিৰূপে নিযুক্তি দিয়া হৈছে। ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ...

Read moreDetails

শৰীৰত কৰ্কট ৰোগৰ যন্ত্ৰণা লৈও ভোট দিবলৈ ওলাই আহিল বছিৰ আলী

ৰাজ্যত আজি অন্ত পৰিল ১৭তম সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ। আজি অনুষ্ঠিত ভোটগ্ৰহণত গুৱাহাটী মহানগৰীৰ এটা বিশেষ ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ...

Read moreDetails

এছিয়ান চেম্পিয়নশ্বিত একেৰাহে ৪ৰ্থ বাৰত পদক নিশ্চিত কৰি বিৰল কৃতিত্ব শিৱ থাপাৰ

অসমৰ বিশ্বখ্যাত বক্সাৰ শিৱ থাপাই থাইলেণ্ডৰ বেংককত চলি থকা এছিয়ান কনফেডাৰেইশ্যন চেম্পিয়নশ্বিপত (Asian Confederation Boxing Championships) আজি চমকপ্ৰদ প্ৰদৰ্শনেৰে পদক...

Read moreDetails

বিহুতলীত চকীদাৰ হত্যা: তেজপুৰত এজনক যাৱজ্জীৱন কাৰাদণ্ড

২০১২ চনত সংঘটিত স্কুল চকীদাৰ তপন ডেকাৰ হত্যাত দোষী সাব্যস্ত কৰি পাপু শইকীয়া নামৰ এজনক মঙলবাৰে যাৱজ্জীৱন কাৰাদণ্ড বিহিছে তেজপুৰৰ...

Read moreDetails

পৰিয়ালসহ ভোটদান কৰি উৎফুল্লিত ৰাজ্যৰ দুই ‘হাৰ্ট থ্ৰ’ব’

ৰাজ্যত আজি অনুষ্ঠিত তৃতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণত গুৱাহাটী লোকসভা সমষ্টিত আনৰ লগতে ভোটাধিকাৰ সাব্যস্ত কৰিলে অসমৰ দুই জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ...

Read moreDetails

বানপানীৰ বাবে সাজু কাজিৰঙা, বিশেষ সভা উদ্যান-বোকাখাত মহকুমা প্ৰশাসনৰ

বাৰিষাৰ বানপানীৰ মোকামিলা কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বোকাখাত মহকুমা প্ৰশাসনে৷ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ বাঢ়নী...

Read moreDetails

শিৱসাগৰৰ বিভিন্ন স্থানত ‘বিশ্ব ধৰিত্ৰী দিৱস’ উদযাপন

সমগ্ৰ বিশ্বৰ লগতে শিৱসাগৰতো আজি বিশ্ব ধৰিত্ৰী দিৱস উদযাপন কৰা হয়। বিশ্ব ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি জিলা প্ৰশাসন আৰু...

Read moreDetails

চে’লফিৰ বাবে বিহু মেলালৈ ভয় বৰষাৰাণীৰ

চেলফিৰ বাবে বিহু মেলালৈ যাবলৈ ভয় কৰে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই৷ মাৰ্ঘেৰিটাৰ এখন বিহু মঞ্চত অভিনেত্ৰী তনভী শৰ্মা, অমৃতা গগৈৰ...

Read moreDetails

তৃতীয় পৰ্য্যায়ত আবেলি ৫ বজালৈকে ভোটদানৰ হাৰ ৭১.৪৭ শতাংশ

ৰাজ্যৰ ১৪খন আসনৰ বাকী থকা চাৰিখন আসনৰ বাবে আজি সম্পন্ন হোৱা ভোটগ্ৰহণত ভোটাৰৰ আশানুৰূপ সঁহাৰি দেখা গৈছে। দুই এটা সৰু-সুৰা...

Read moreDetails
Page 4436 of 5969 1 4,435 4,436 4,437 5,969

Stay Connected

Recent News