উত্তৰ সাগৰত এটা বটলত উদ্ধাৰ হোৱা ৪৭ বছৰীয়া এক ৰহস্য উদঘাটন!

দুই বন্ধু এলিন’ৰ ৰ’জেন এৰিক্সন আৰু আছা নিলছনে ছুইডেনৰ এটা দ্বীপত এটা বাৰ্তা থকা বটল উদ্ধাৰ কৰে উত্তৰ সাগৰৰ পৰা...

Read moreDetails

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস পালন: নতুন উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ, মুখপত্ৰ দাপোণ উন্মোচন

নগাঁৱৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । পুৱা...

Read moreDetails

ৰাইজৰ দলত বৃহৎ যোগদান কার্যসূচী: তৃণমূল কংগ্ৰেছৰ সদ্য পদত্যাগী ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে যোগ দিলে ৰাইজৰ দলত

আজি গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কার্যালয়ত তৃণমূল কংগ্রেছ, আম আদমী পার্টা, কংগ্রেছ, বিজেপি, সমাজবাদী পার্টী, বীৰ লাচিত সেনাকে ধৰি...

Read moreDetails

দিনযোৰা কাৰ্যসূচীৰে ৰাজীৱ ভৱনত পৰ্যালোচনা সভাপতি গৌৰৱ গগৈৰ : প্ৰকৃতাৰ্থত ‘জাতি জনগণনা’ কৰিবলৈ চৰকাৰক আহ্বান

'জাতি জনগণনা’ সন্দৰ্ভত অসম চৰকাৰক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবৰ বাবে আজি আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। জাতি...

Read moreDetails

“কংগ্ৰেছে নষ্ট কৰিলে উত্তৰ-পূবৰ ভৱিষ্যত! মন্তব্য কৰাৰ নৈতিক অধিকাৰ নাই কংগ্ৰেছৰ”, সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় যে উত্তৰ-পূবৰ উন্নয়নৰ ক্ষেত্ৰত মাত মতাৰ কোনো নৈতিক অধিকাৰ...

Read moreDetails

উত্তৰাখণ্ডত উদ্ধাৰ লোক সেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা অসমৰ ছাত্ৰীৰ মৃতদেহ

যোৱা ৬ জুনৰ পৰা উত্তৰাখণ্ডত নিৰুদ্দেশ হৈ থকা ডিমা হাছাও জিলাৰ এগৰাকী ২৫ বছৰীয়া যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ...

Read moreDetails

‘২০ লাখ টকাৰ বিনিময়ত ৰাজাক হত্যাৰ নিৰ্দেশ, আততায়ীয়ে গুৱাহাটীত অনলাইনত কিনিছিল দা’

মেঘালয়ৰ হানিমুন হত্যাকাণ্ডৰ অন্যতম মূল অভিযুক্ত সোণমে তদন্তকাৰীক বিপথে পৰিচালিত কৰিলে কি হ’ব, ভাড়াতীয়া হত্যাকাৰীয়ে এটা এটাকৈ সকলো ফাদিল কৰি...

Read moreDetails

আমেৰিকাত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰতি হোৱা দুৰ্ব্যৱহাৰক লৈ প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ কংগ্ৰেছৰ তীব্ৰ সমালোচনা

আমেৰিকাত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ ওপৰত বাৰে বাৰে হোৱা দুৰ্ব্যৱহাৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মৌনতা অৱলম্বন কৰাত তীব্ৰ  সমালোচনা কংগ্ৰেছৰ। ভাৰতীয় ছাত্ৰ...

Read moreDetails

ৰাজস্থানত পানী সংগ্ৰহৰ নতুন আৰ্হিয়ে আশাৰ সঞ্চাৰ কৰিছে কৃষক সকলৰ মাজত

ৰাজস্থানৰ শুষ্ক পৰিৱেশত জয়পুৰৰ কুকাছ গাঁৱত পানী সংগ্ৰহৰ এক নতুন আৰ্হিয়ে কৃষিৰ ক্ষেত্ৰত ৰূপান্তৰ ঘটাইছে। জয়পুৰ জিলাৰ কুকাছ গাঁৱত বৈজ্ঞানিকভাৱে...

Read moreDetails

টি-২০ লীগত খেলি অধিক উপাৰ্জন! আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ নিকোলাছ পুৰানৰ

ইংলেণ্ডৰ বিৰুদ্ধে হোৱাইট বলৰ শৃংখলাৰ পৰা ছুটী বিচাৰিছিল। কাৰণ, আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ খেলি ক্লান্ত হৈ পৰিছিল।...

Read moreDetails
Page 457 of 5989 1 … 456 457 458 … 5,989

Stay Connected

Recent News