ছেবাৰ যোৰহাট আৰু শিলচৰ মাণ্ডলিক কাৰ্য্যালয় বন্ধৰ সিদ্ধান্তৰ বিৰোধিতা এছ এফ আইৰ

ছেবাৰ যোৰহাট আৰু শিলচৰ মাণ্ডলিক কাৰ্য্যালয় দুটা বন্ধ কৰাৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰিছে এছ এফ আইৰ অসম ৰাজ্যিক শাখাই। এই...

Read moreDetails

অসমৰ জোৱান নিহতক লৈ উৰা-বাতৰিত ভাৰাক্ৰান্ত ছ’চিয়েল মিডিয়া; জীয়াই থকা বুলি স্পষ্টীকৰণ জোৱানৰ

জম্মু আৰু কাশ্মীৰৰ ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণত অসমৰ জোৱান নিহতক লৈ উৰা-বাতৰিয়ে ভাৰাক্ৰান্ত কৰি তুলিছে মৃত্যু হোৱা বুলি প্ৰচাৰিত অথচ...

Read moreDetails

যৌন কেলেংকাৰি গোচৰৰ সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ ৰাজেন গোহাঁই

এটা যৌন নিৰ্যাতনৰ গোচৰত অভিযুক্ত কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইক ১৪ ফেব্ৰুৱাৰি অৰ্থাৎ বৃহস্পতিবাৰে নগাঁও আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ...

Read moreDetails

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ৩ বছৰ পাছতো পাঠ্যক্ৰম আৰম্ভ নহ’ল পাঠশালা আই টি আইত; ক্ষুভিত দল-সংগঠন

উন্নতমানৰ কাৰিকৰী শিক্ষা প্ৰদানৰ উদ্দেশ্যে বৰপেটা জিলাৰ পাঠশালাত স্থাপন কৰা কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান (আই টি আই)ত আজি পৰ্যন্ত পাঠ্যক্ৰম আৰম্ভ...

Read moreDetails

মাত্ৰ দহদিন পূৰ্বে ছুটী কটাই ঘৰৰ পৰা গৈছিল জম্মু-কাশ্মীৰত নিহত মনেশ্বৰ বসুমতাৰী; ঘৰত শোকাকুল পৰিৱেশ

১৪ ফেব্ৰুৱাৰিত জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সংঘটিত ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণত অসমৰ জোৱান মনেশ্বৰ বসুমতাৰী চহিদ হৈছে। পৰিয়ালৰ লোকে জনোৱামতে নিহত বসুমতাৰীয়ে...

Read moreDetails

মৰিগাঁৱত আৰক্ষীয়ে আটক কৰিলে ৬জন অবৈধ বাংলাদেশী নাগৰিকক

অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনসমূহ সৰৱ হৈ থকাৰ সময়তে ১৪ ফেব্ৰুৱাৰি অৰ্থাৎ বৃহস্পতিবাৰে অসম আৰক্ষীৰ এটা দলে মৰিগাঁও জিলাৰ...

Read moreDetails

১৭ ফেব্ৰুৱাৰিত লখিমপুৰত অমিত শ্বাহৰ বিশাল সমাৰোহ

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ১৭ ফেব্ৰুৱাৰিত অসম ভ্ৰমণলৈ আহিব। লখিমপুৰত অনুষ্ঠিত হ’ব লগা দলীয় সমাৰোহত বিজেপিৰ সভাপতিজনে দলৰ এক...

Read moreDetails

বিস্ফোৰিত হোৱা গাড়ীখনৰ পিছৰ গাড়ীত আছিল পবিত্ৰ বৰ্মন; নিৰাপদে থকা বুলি ফেচবুক ষ্টেটাছ দি জনালে অসমবাসীক

১৪ ফেব্ৰুৱাৰিত সংঘটিত জম্মু আৰু কাশ্মীৰৰ ভয়ংকৰ আত্মঘাতী বিস্ফোৰণটোত নিহত হোৱা বুলি বৰকৈ প্ৰচাৰিত অসমৰ চি আৰ পি এফ জোৱান...

Read moreDetails

পি ভি সিন্ধুৰ লগতে ছেমিত স্থান সুৰক্ষিত কৰিলে অসমৰ শ্বাটলাৰ অস্মিতা চলিহাই

গুৱাহাটীৰ তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত চলি থকা ৮৩ সংখ্যক ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ তাৰকা শ্বাটলাৰ তথা বৰ্তমান বিশ্ব ৰেংকিঙৰ...

Read moreDetails

শিৱসাগৰত জংঘলৰ মাজৰ চুলাইৰ ঘাটি উচ্ছেদ আৰক্ষী আৰু অবকাৰী বিভাগৰ; বহু হাজাৰ লিটাৰ চুলাই ধ্বংস

শিৱসাগৰ জিলা অবকাৰী বিভাগ আৰু শিৱসাগৰ আৰক্ষীৰ যৌথ অভিযানত মগৰাহাট আৰু মাহী গাঁৱত বৃহৎ পৰিমাণৰ অবৈধ চুলাই মদ জব্দ কৰা...

Read moreDetails
Page 4616 of 5968 1 4,615 4,616 4,617 5,968

Stay Connected

Recent News