• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাত্ৰ দহদিন পূৰ্বে ছুটী কটাই ঘৰৰ পৰা গৈছিল জম্মু-কাশ্মীৰত নিহত মনেশ্বৰ বসুমতাৰী; ঘৰত শোকাকুল পৰিৱেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2019 10:47 am
Maneshwa_Basumatary_Copy

জম্মু আৰু কাশ্মীৰত বোমা বিস্ফোৰণত নিহত হোৱা মনেশ্বৰ বসুমতাৰী (ইনছেটত)।

1k
VIEWS
Share on FacebookShare on Twitter

১৪ ফেব্ৰুৱাৰিত জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সংঘটিত ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণত অসমৰ জোৱান মনেশ্বৰ বসুমতাৰী চহিদ হৈছে। পৰিয়ালৰ লোকে জনোৱামতে নিহত বসুমতাৰীয়ে যোৱা ৪ ফেব্ৰুৱাৰিত ছুটী শেষ কৰি যোগদান কৰিছিলগৈ কামত।

বসুমতাৰীৰ ঘৰ বাক্সা জিলাৰ তামুলপুৰত আৰু তেওঁ চি আৰ পি এফৰ ৯৮ বেটেলিয়নৰ এজন হেড কনিষ্টবল আছিল। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে আজি পুৱাই শোকাকুল পৰিৱেশৰ ঘৰখনলৈ আত্মীয়-স্বজন আৰু প্ৰতিৱেশী, শুভাকাংক্ষীয়ে আহি সমবেদনা জ্ঞাপন কৰে।

১৪ ফেব্ৰুৱাৰিত সংঘটিত ভয়ংকৰ বিস্ফোৰণটোৰ পিছতে মনেশ্বৰ বসুমতাৰীৰ সৈতে পৰিয়ালে যোগাযোগ কৰিব পৰা নাছিল। আনহাতে আৰক্ষীয়েও একো খবৰ যোগান ধৰিব পৰা নাছিল। এনেস্থলত বসুমতাৰী সন্ধানহীন হোৱা বুলি খবৰ ওলোৱাৰ লগতে কিছু কিছু সংবাদ মাধ্যমত তেওঁৰ মৃত্যু হোৱা বুলিও খবৰ প্ৰচাৰ হৈছিল।

ইপিনে কেইবাজনো অসমৰ জোৱান নিহত বুলিও বাতৰি ওলাইছিল যদিও এতিয়ালৈকে কেৱল মনেশ্বৰ বসুমতাৰীহে নিহত হোৱাৰ নিশ্চিত খবৰ লাভ কৰিব পৰা গৈছে। বসুমতাৰী চি আৰ পি এফৰ ৭৬ নং বাছখনত আছিল, যিখন বিস্ফোৰণত সম্পূৰ্ণ ছিন্ন-ভিন্ন হৈ পৰিছিল।

চহিদ বসুমতাৰীয়ে পত্নী আৰু দুই সন্তানৰ লগতে অন্যান্য আত্মীয়সকলক এৰি গৈছে।

Recent News

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd