নাগৰিকত্ব বিধেয়কৰ প্ৰতিবাদত পদ্মশ্ৰী উভতাই দিব প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা অৰিবাম শ্যাম শৰ্মাই

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত এইবাৰ পদ্মশ্ৰী সন্মান উভতাই দিব মণিপুৰৰ প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা অৰিবাম শ্যাম শৰ্মাই। আজি ইম্ফলত চলচ্চিত্ৰ পৰিচালক...

Read moreDetails

ৰিলায়েন্স ট্রেণ্ডছত অপ্ৰীতিকৰ পৰিস্থিতি : অপদস্থ কৰ্মচাৰীৰ ভৰিত ধৰি ক্ষমা খোজালে মেনেজাৰক

গুৱাহাটীৰ লাচিত নগৰস্থিত ৰিলায়েন্স ট্রেণ্ডছ নামৰ শ্বপিং মলটোত কৰ্মৰত এজন কৰ্মচাৰীক ইয়াৰ ষ্ট’ৰ ৰূমৰ মেনেজাৰে দুৰ্ব্যৱহাৰ কৰাক লৈ আজি শ্ব’...

Read moreDetails

বোকাখাতৰ ইটাভাটাত সংঘটিত দুৰ্ঘটনাত এগৰাকী মহিলা শ্ৰমিকৰ মৃত্যু

বোকাখাতৰ বিহৰা বজাৰৰ সমীপৰ এটা ইটাভাটাত আজি পুৱা সংঘটিত এক দুৰ্ঘটনাত এগৰাকী মহিলা শ্ৰমিকৰ মৃত্যু হয়। এখন বলেৰ' পিকআপ ভানে...

Read moreDetails

কাইলৈৰ পৰা ৰাজ্যৰ সমূহ প্ৰাথমিক বিদ্যালয়ত ওলমিব তলা

কাইলৈ অৰ্থ্যাৎ ৪ ফেব্ৰুৱাৰিৰ পৰা ৰাজ্যৰ সমূহ প্ৰাথমিক বিদ্যালয় অচল হৈ পৰিব। কিয়নো কাইলৈ ৰাজ্যৰ ৩৯ হাজাৰ প্ৰাথমিক বিদ্যালয়ত তলা...

Read moreDetails

মহানগৰীৰ সাতগাঁৱত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলা

গুৱাহাটীৰ সাতগাঁও অঞ্চলত দেওবাৰে ৰাতিপুৱা এটা নাহৰফুটুকী বাঘে এগৰাকী মহিলাক আক্ৰমণ কৰি আহত কৰাৰ ঘটনাই অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি...

Read moreDetails

আঁতৰোৱা হৈছে কাৰিকৰী আসোঁৱাহ : গ্ৰাহকক চিন্তিত নহ’বলৈ আশ্বাস ষ্টেট বেংক অৱ ইণ্ডিয়াৰ

দেশৰ বৃহত্তম ৰাজহুৱা খণ্ডৰ বেংক ভাৰতীয় ষ্টেট বেংকে দেশৰ কোটি কোটি গ্ৰাহকৰ একাউন্টৰ বিতং তথ্য ফাদিল হৈ পৰাৰ আশংকা দূৰ...

Read moreDetails

নতুন প্ৰযুক্তিৰে সুৰক্ষিত কৰা হ’ব ভাৰত-বাংলাদেশ সীমান্ত: কেন্দ্ৰীয় গৃহ মন্ত্ৰী

কেন্দ্ৰই অসম আৰু পশ্চিমবংগৰ সৈতে সংলগ্ন হৈ থকা ভাৰত-বাংলা সীমান্ত ছীল কৰিবলৈ নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কেন্দ্ৰীয়...

Read moreDetails

সাহস! : জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰস্তাৱ ল’লে নাগালেণ্ড বিজেপিয়ে

ভাৰতীয় জনতা পাৰ্টিৰ নাগালেণ্ড ৰাজ্যিক সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা  সিদ্ধান্ত সমৰ্থন জনাইছে। নাগালেণ্ড ৰাজ্যিক...

Read moreDetails

সোমবাৰে শপত ল’ব উত্তৰ কাছাৰ পাৰ্বত্য পৰিষদৰ নৱ নিৰ্বাচিত সদস্যই

অহা ৪ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ'ব উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নৱ নিৰ্বাচিত সদস্য সকলৰ  শপত গ্ৰহণ অনুষ্ঠান। হাফলং কালচাৰেল...

Read moreDetails

কংগ্ৰেছত এতিয়া হিন্দুৰ বাবে সংৰক্ষণ কৰিব লাগিব : হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছত থাকিবলৈ ২০২৬ৰ পাছত হিন্দুৱে সংৰক্ষণ বিচাৰিব লাগিব। এনআৰচি প্ৰকাশৰ পাছত কোনো শক্তি নাই যি কংগ্ৰেছক নতুনকৈ শাসনত অহাত বাধা...

Read moreDetails
Page 4646 of 5968 1 4,645 4,646 4,647 5,968

Stay Connected

Recent News