৯ৰ পৰা ২০নৱেম্বৰলৈ গুৱাহাটীত ২০ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা : অংশ ল’ব ২৫০ খন বিপনীয়ে

বহু বাক-বিতণ্ডা, প্ৰতিবাদৰ অন্তত অহা ৯ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব ২০ সংখ্যক...

Read moreDetails

৯ নৱেম্বৰৰ পৰা ডিব্ৰুগড়ৰ চৌকিডিঙিত অনুস্থিত হ’ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাৰস মেলা

গ্ৰাম্য শিল্পীসকলৰ হস্তশিল্পজাত সামগ্ৰীৰ বাবে এখন বজাৰ আৰু তেওঁলোকৰ কাৰ্যদক্ষতা প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ বাবে ভাৰত চৰকাৰৰ গ্ৰামোন্নয়ন...

Read moreDetails

ৰংজুলিত কৃষকৰ হাহাকাৰ : হাতীয়ে তহিলং কৰা ধাননিত কৃষকে এৰাল দিছে গৰু

এতিয়া সোণগুটি চপোৱাৰ সময়। সেউজীয়া ধাননি ডৰা ক্ৰমাৎ সোণবৰণীয়া হৈ পৰিছে। গাৱঁৰ কৃষকৰ ব্যস্ততাৰ যেন অন্ত নাই ৷ কৃষকে খেতি...

Read moreDetails

বিশ্বনাথত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদত বহিল বিদ্যুৎ বিভাগৰ কৰ্মচাৰী

ক’লা বেজ পৰিধান কৰি এইবাৰ প্ৰতিবাদত বহিল বিদ্যুৎ বিভাগৰ কৰ্মচাৰী। আজি অসম ষ্টেট পাৱাৰ ৱৰকাৰ্ছ য়ুনিয়নৰ বিশ্বনাথ চাৰিআলি শাখাই ১৮ দফীয়া দাবী...

Read moreDetails

গুৱাহাটীৰ মহিলাৰ মৃত্যুক লৈ ৰহস্য : বোৱাৰী, নাতিনীয়েকক গ্ৰেপ্তাৰ

গুৱাহাটীৰ কামাখ্যাৰ সমীপৰ নাৰ্চাৰী অঞ্চলত থকা নিজা বাসগৃহত সোমবাৰে চিলিঙত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীৰ মৃত্যুক লৈ ৰহস্য...

Read moreDetails

সাংসদ পুঁজিৰ ১৬ লাখ টকা আৱন্টনৰ পিছতো ৰাইজৰ গাঁঠিৰ ধনেৰে নিৰ্মাণ দলং

বঙাইগাঁও জিলাৰ ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ মাজেৰে বৈ যোৱা মানাহ নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে দীৰ্ঘদিন ধৰি...

Read moreDetails

শীৰ্ষস্থান পুনৰুদ্ধাৰৰ লক্ষ্যৰে আজি দিল্লীৰ বিৰুদ্ধে নামিব নৰ্থ-ইষ্ট য়ুনাইটেড

চলিত হিৰ’ ইণ্ডিয়ান ছুপাৰ লীগত এই পৰ্যন্ত অপৰাজেয় ধাৰা অব্যাহত ৰখা নৰ্থ-ইষ্ট য়ুনাইটেড এফ চি দলে প্ৰৱল আত্মবিশ্বাসেৰে আজি পঞ্চমখন...

Read moreDetails

কণ্ঠশিল্পী চানলৈ শিলগুটি নিক্ষেপৰ অপপ্ৰচাৰ চলোৱা এজনৰ বিৰুদ্ধে ভঙাগড় থানাত এজাহাৰ দাখিল

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত কণ্ঠশিল্পী চানৰ সংগীতানুষ্ঠানত সংঘটিত সৰু এটা ঘটনাক সাম্প্ৰদায়িক ৰূপ দিবলৈ চেষ্টা কৰা এজন ব্যক্তিৰ বিৰুদ্ধে ভঙাগড় থানাত...

Read moreDetails

বাংলা ভাষাত গুণোৎসৱৰ নিৰ্দেশাৱলী : জাতীয় সংগঠনৰ প্ৰতিক্ৰিয়া

ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ প্ৰাথমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্য আগত ৰাখি যোৱা বছৰৰ পৰা শিক্ষা বিভাগে আৰম্ভ...

Read moreDetails

মোডীৰ বিৰুদ্ধে ফেচবুকত আপত্তিজনক মন্তব্য দি গ্ৰেপ্তাৰ শিক্ষক

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কুকুৰৰ সৈতে তুলনা কৰি ফেচবুকত পোষ্ট দিয়াৰ পাছত আৰক্ষীৰ জালত পৰিছে গোৱালপাৰাৰ লক্ষীপুৰৰ আবু তালেব নামৰ...

Read moreDetails
Page 4907 of 5960 1 4,906 4,907 4,908 5,960

Stay Connected

Recent News