চিৰাঙত সেনা-আৰক্ষীৰ অভিযানত দুৰ্ধৰ্ষ এন ডি এফ বি (এছ)ৰ কেডাৰ আটক

চিৰাঙত যোৱা নিশা সেনা আৰু আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই এগৰাকী দুৰ্ধৰ্ষ এন ডি এফ বি (এছ)ৰ কেডাৰক আটক কৰিবলৈ...

Read moreDetails

হেমাংগ বিশ্বাসৰ জন্মদিনত ‘মৈত্ৰী সন্মিলন’ : বাঙালী সংগঠনে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিব বিচাৰিছে নেকি হেমাংগ বিশ্বাসক?

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত গুৱাহাটীত সমাৱেশ পাতিবলৈ গৈ গণবিৰোধৰ সন্মুখীন হৈ সুৰ সলোৱা ২৬টা বাঙালী সংগঠনে এইবাৰ নিজৰ ৰাজনৈতিক স্বাৰ্থত...

Read moreDetails

চলন্ত ৰে’লত উঠিবলৈ গৈ নিউ হাফলঙত মৃত্যুক সাৱটিলে এজনে

আজি দিনৰ প্ৰায় ১২ মান বজাত নিউ হাফলং ষ্টেশ্যনত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। উক্ত দুৰ্ঘটনাত শিলচৰৰ সুব্ৰত কুমাৰ পাল...

Read moreDetails

বোকাখাতত ৩৭ নং ৰাষ্ট্ৰীয় পথতে জ্বলি উঠিল চলন্ত বিস্কুটৰ ট্ৰাক

বোকাখাত নগৰৰ সমীপৰ সাপজুৰিত ৩৭ নং ৰাষ্ট্ৰীয় পথতে আজি বিয়লি দাউ দাউকৈ জ্বলি উঠে এখন চলন্ত ট্ৰাক। এ এছ ০১...

Read moreDetails

গোলাপ ৰাভালৈ ২ লাখ টকাৰ আৰ্থিক অনুদান ঘোষণা ৰাভা হাছং পৰিষদৰ

ডব্লিউ এফ এফ-ডব্লিউ বি বি এফে য়ুৰোপৰ লিথুৱানিয়াত আয়োজন কৰা শৰীৰ চৰ্চা প্ৰতিযোগিতাত তিনিটাকৈ সোণৰ পদক অৰ্জন কৰি অসমবাসীক গৌৰৱান্বিত...

Read moreDetails

কোকৰাঝাৰৰ যুৱতী হত্যাকাণ্ড : শীঘ্ৰে হত্যাকাৰীক আটক কৰাৰ দাবী দল-সংগঠনৰ

কোকৰাঝাৰৰ গেন্দ্ৰাবিলৰ এখন ধাননি পথাৰত যোৱা ২৭ অক্টোবৰত এগৰাকী ছাত্ৰীৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত এইপৰ্যন্ত চাঞ্চল্য অব্যাহত আছে।...

Read moreDetails

অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আমি যুঁজি যাম, জিনি যাম : ঐক্য সেনা অসম

“অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আমি ঐক্য সেনা অসমে যুঁজি যাম জিনি যাম।" এই মন্তব্য কৰিছে ঐক্য সেনা অসমৰ মুখ্য...

Read moreDetails

ওদালগুৰিত অনুষ্ঠিত কুইজ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দল নেশ্যনেল পায়নিয়াৰ জুনিয়ৰ কলেজ

ওদালগুৰিৰ কেইজনমান উদ্যোগী যুৱকে শনিবাৰে ডন বস্কো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি ইণ্টাৰ স্কুল কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ‘চিগমা’ বেনাৰৰ...

Read moreDetails

টিহুৰ জঘন্য দলবদ্ধ বলাৎকাৰ কাণ্ডত জড়িত আৰু এজন অভিযুক্ত আটক

টিহুৰ জঘন্য দলবদ্ধ বলাত্‍কাৰ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰু এজনক আটক কৰা হৈছে। ৰঙিয়াৰ পুঠিমাৰীৰ পৰা টিহু আৰক্ষীয়ে ৰূপধন...

Read moreDetails

চিকিৎসা সেৱাৰ নামত জুৰীয়াৰ নৈপৰীয়া লোকে সন্মুখীন হৈছে চৰম বঞ্চনাৰ

নগাঁও জিলাৰ জুৰীয়া অঞ্চলত থকা এখন চিকিৎসালয়ৰ চিকিৎসা সেৱাৰ নমুনাই সৰ্বসাধাৰণ ৰাইজৰ চকু কপালত তুলিছে। জুৰীয়া সংলগ্ন দগাঁও খণ্ড প্ৰাথমিক...

Read moreDetails
Page 4913 of 5960 1 4,912 4,913 4,914 5,960

Stay Connected

Recent News