তিব্বতৰ বান্ধ-হ্ৰদত ফাট : সৰ্বাধিক সতৰ্কতা জাৰি ধেমাজি জিলা প্ৰশাসনৰ

তিব্বতত সংঘটিত ভূমিস্খলনৰ ফলত য়াৰ্লু চাংপোৰ গতিপথ ৰূদ্ধ কৰা বান্ধ হ্ৰদত শেহতীয়াকৈ হোৱা ফাটৰ ফলস্বৰূপে আকস্মিক বানত নামনি এলেকা প্লাৱিত...

Read moreDetails

জুৰীয়াৰ খাটোৱালত বিদ্যুৎস্পৃষ্ট হৈ পুনৰ দুজনৰ মৃত্যু : শোকস্তব্ধ গাঁওবাসী

জুৰীয়াত পুনৰ বিদ্যুৎস্পৃষ্ট হৈ দুজনৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। জুৰীয়াৰ খাটোৱালত বিদ্যুৎ বিভাগে স্থাপন কৰা নিম্ন মানদণ্ডৰ ১১ হাজাৰ...

Read moreDetails

লিডুত গুণোৎসৱৰ প্ৰস্তুতিত থকা বিদ্যালয়ত  ক্ষতি সাধন দুস্কৃতিকাৰীৰ

দুৰ্গোৎসৱ উপলক্ষে বিদ্যালয় বন্ধ থকাৰ সময়ত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডুৰ লিডু শংকৰদেৱ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ত অচিনাক্ত দুৰ্বৃত্ত...

Read moreDetails

ৰাষ্ট্ৰীয় আৰক্ষী চহিদ দিৱস উপলক্ষে নগাঁৱত মিনি মাৰাথন দৌৰৰ আয়োজন

আজি ২০ অক্টোবৰ শনিবাৰে পুৱা আয়োজন কৰা হয় আৰক্ষীৰ মিনি মাৰাথন দৌৰ। অহা কালি অৰ্থাৎ ২১ অক্টোবৰৰ ৰাষ্ট্ৰীয় আৰক্ষী চহিদ...

Read moreDetails

গুৱাহাটীত তৃতীয় দিনৰ বাবে হ্ৰাস পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য

বিগত ৩ দিন ধৰি একে লেথাৰিয়ে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস পাই আছে। আজিও পুনৰ হ্ৰাস পাইছে পেট‌্ৰ'ল আৰু ডিজেলৰ...

Read moreDetails

বানপানীৰ সতৰ্কবাণীৰ পাছত ডিব্ৰুগড়-ধেমাজিৰ মাজত অনিৰ্দিষ্ট কাললৈ ফেৰী সেৱা বন্ধ প্ৰশাসনৰ

ভূমিস্খলনৰ ফলত তিব্বতেৰে বৈ অহা ব্ৰহ্মপুত্ৰৰ মূল প্ৰৱাহ য়াৰ্লুং চাংপোত সৃষ্টি হোৱা বান্ধ হ্ৰদটো ভাঙি নামি অহা বিপুল পৰিমাণৰ জল...

Read moreDetails

ৰঙাপৰাৰ নামনিগাঁৱত বনৰীয়া হাতীৰ তাণ্ডৱ : ধ্বংস কৰিলে ৬টাকৈ ঘৰ

অসমত হাতী মানুহৰ সংঘাতত ইতিমধ্যে বহু কেইজন লোকে প্ৰাণ হেৰুৱাইছে। অবাধ বনাঞ্চল ধ্বংসৰ ফলত খাদ্য আৰু বিচৰণভূমিৰ অভাৱত  নামি অহা হাতীৰ...

Read moreDetails

অসম বিদ্বেষী বাঙালী সংগঠনৰ ১৭ নৱেম্বৰৰ গণ সমাৱেশ প্ৰতিৰোধৰ আহ্বান জাতীয় সংগঠনৰ

অসমৰ অস্তিত্বক সংকটলৈ থেলি দিব বিচৰা বহু বিতৰ্কিত ‘নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ বাতিলৰ দাবীত পুনৰবাৰ অসমৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয়-জনজাতীয় গণতান্ত্ৰিক দল-সংগঠনসমূহ একত্ৰিত...

Read moreDetails

নাগৰিকত্ব বিধেয়কৰ তীব্ৰ বিৰোধিতাৰে যুটীয়া সংসদীয় কমিটী নেতৃবৃন্দৰে সাক্ষাতৰ বাবে অগপৰ সঁজাতী দলৰ দিল্লী যাত্ৰা

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীৰে যুটীয়া সংসদীয় কমিটীৰ  নেতৃবৃন্দৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হোৱাৰ বাবে দলীয় সভাপতি অতুল...

Read moreDetails

প্ৰস্তাৱিত ২০ কি:মি: দৈৰ্ঘ্যৰ দলঙে হ্ৰাস কৰিব ধুবুৰী-ফুলবাৰীৰ মাজৰ ২০০ কি:মি: যাত্ৰাপথ

২০২৬-২৭ চনত সম্পূৰ্ণ হ’বলগীয়া ১৯.৩ কিঃমিঃ দীঘল এখন দলঙে ২০০ কিঃমিঃলৈকে যাত্ৰাপথৰ দৈৰ্ঘ্য হ্ৰাস কৰিব বুলি জানিব পৰা গৈছে। জানিব...

Read moreDetails
Page 4940 of 5962 1 4,939 4,940 4,941 5,962

Stay Connected

Recent News