কলগাছিয়া অসামৰিক চিকিৎসালয় পৰিদৰ্শন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে বৰপেটা জিলাৰ কলগাছিয়া অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য সেৱা বিভাগৰ কাম-কাজৰ বুজ লোৱাৰ উদ্দেশ্যে সোমবাৰে চিকিৎসালয়খনত...

Read moreDetails

আজি গুৰুজনাৰ মহাপ্ৰয়াণ তিথি : এন আই এক্টৰ অধীনত বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

আজি অসমীয়া সামাজিক জীৱনৰ পৰম আৰাধ্য শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ তিথি। ১৫৬৮ চনত আজিৰ দিনটোতে বৰ্তমান পশ্চিম বংগৰ অন্তৰ্গত কোচ বিহাৰত...

Read moreDetails

ইণ্টাৰনেট সেৱা বেয়া : আজি ১০:৩০ বজাত হ’ব লগীয়া পোষণ অভিযানৰ মোদীৰ ভিডিঅ’ কনফাৰেন্সিঙৰ পৰা বাদ ধেমাজি জিলা

ডিজিটেল ইণ্ডিয়াৰ শ্ল’গানক সততে ব্যৱহাৰ কৰা প্ৰধান মন্ত্ৰী মোদীৰ আজিৰ পোনপটীয়া বাৰ্তালাপৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্য্যসূচী এটাৰ পৰা অসমৰ ধেমাজি জিলাক...

Read moreDetails

আজিহে ঘৰত ভৰি দিবগৈ দৌৰৰাণী হিমাই; আদৰিবলৈ উদগ্ৰীৱ হৈ আছে মাটিৰ মানুহবোৰ

এছিয়ান গেইমছৰ ট্ৰেকত দেশক উজলাই তোলা নৱতম দৌৰৰাণী হিমাই আজিহে নিজৰ গাওঁখন, নিজৰ ঘৰখনত ভৰি থ’বগৈ। এছিয়াডত দপদপাই যোৱা ৭...

Read moreDetails

ভেটী লৈ থাকোতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ৰঙিয়াৰ খণ্ড বন বিষয়া ধীৰাজ দাস

পুনৰ অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আন এজন দুৰ্নীতিপৰায়ণ বিষয়া। সোমবাৰে নিশা এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ...

Read moreDetails

ভাৰত বন্ধৰ সময়ত হোজাইত প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে’ক শাৰীৰিকভাৱে অপদস্থ বিজেপি নেতা-কৰ্মীৰ

কংগ্ৰেছে ১০ ছেপ্তেম্বৰত আহ্বান জনোৱা ভাৰত বন্ধৰ সময়ত হোজাইত শাসনত থকা দল বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ নেতা-কৰ্মী-সমৰ্থকৰ যুদ্ধংদেহি মনোভাবে হতাহতিৰ...

Read moreDetails

ভাৰত বন্ধ : নগাঁৱত আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত কংগ্ৰেছ কৰ্মী, ৰকিবুলসহ কেইবাজনক আটক

পেট্ৰ'ল-ডিজেলকে ধৰি ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি কংগ্ৰেছ আহ্বান জনোৱা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে নগাঁও জিলাত। কংগ্ৰেছৰ প্ৰতি সমৰ্থন...

Read moreDetails

ছাত্ৰ-ছাত্ৰীৰ সপোনবোৰৰ লগত লাখ-লাখ জনতাৰ আশা জড়িত হৈ থাকে :  ৰাজেন শইকীয়া

মধ্য অসমৰ অন্যতম শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ বৰ্ষজোৰা হীৰক জয়ন্তী সমাৰোহৰ আৰম্ভণী অনুষ্ঠানৰ আজি চতুৰ্থ তথা অন্তিন দিনা অনুষ্ঠিত...

Read moreDetails

দৌৰ ৰাণী হিমাৰ পৰিয়াললৈ বিনামূলীয়া চিকিৎসা সুবিধা আৰু স্বাস্থ্য বীমা

দৌৰ ৰাণী হিমা দাসৰ লগতে তেওঁৰ পৰিয়ালক ভাৰতৰ যিকোনো ঠাইতে বিনামূলীয়া চিকিৎসা সুবিধা আগবঢ়াব গুৱাহাটীস্থিত হায়াট হস্পিতালে। হিমা দাসক অভিনন্দন...

Read moreDetails

চলিত বৰ্ষতে আৰম্ভ হ’ব গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ কাম

উত্তৰ গুৱাহাটী ৰাইজৰ বহুদিনীয়া দাবী তথা আশা গুৱাহাটী-উত্তৰ গুৱাহাটী  সংযোগী দলং নিৰ্মাণৰ কাম চলিত বৰ্ষৰ পৰা আৰম্ভ হ’ব। এই কথা...

Read moreDetails
Page 5061 of 5956 1 5,060 5,061 5,062 5,956

Stay Connected

Recent News