নাগৰিকত্ব সংশোধন বিধেয়ক বাতিলৰ দাবীত ডিব্ৰুগড়ত জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

নাগৰিকত্ব সংশোধন বিধেয়ক বাতিলৰ দাবীত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি ডিব্ৰুগড়ত এক ৫ ঘণ্টীয়া  অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।...

Read moreDetails

মাজুলীৰ ভৌগোলিক সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ কাম-কাজত অসন্তুষ্ট মাজুলী জিলা উপায়ুক্ত

মাজুলীৰ ভৌগোলিক সুৰক্ষাক লৈ কৰা ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ কৰ্মকাণ্ডই শেহতীয়াকৈ স্তম্ভিত কৰি তুলিছে মাজুলীবাসীক। উল্লেখযোগ্য যে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই আজি...

Read moreDetails

ইণ্ডিয়া টুডেই প্ৰস্তুত কৰা দেশৰ শীৰ্ষ দহজন ৰাজনীতিকৰ তালিকাত হিমন্তৰ নাম

আগন্তুক ২০১৯ লোকসভা নিৰ্বাচনৰ বাবে দেশৰ সকলোবোৰ প্ৰধান ৰাজনৈতিক দলেই কুচকাৱাজ চলাই থকাৰ সময়তে ইণ্ডিয়া টুডেই (the India Today) নামৰ...

Read moreDetails

ধৰ্ষণক কেন্দ্ৰ কৰি মাইবাঙত চেপা উত্তেজনা; এজনক আটক

ধৰ্ষণক লৈ সমগ্ৰ দেশ উত্তাল হৈ থকাৰ পিছতো অসমত দৈনিক এটাৰ পিছত আনটোকৈ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহি আছে। ইয়াৰ মাজতে...

Read moreDetails

মাজুলীৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰ ‘দ্য আনট’ল্ড মাজুলী’ ইউটিউবত মুক্তি

যুৱ প্ৰজন্মৰ চিত্ৰ নিৰ্মাতা বিশাল পি বৰুৱাৰ দ্বাৰা নিৰ্মিত ‘দ্য আনট’ল্ড মাজুলী’ নামৰ তথ্যচিত্ৰখন দেওবাৰে ইউটিউবত মুক্তি দিয়া হৈছে। পৃথিৱী...

Read moreDetails

বোকাখাতৰ ক্ৰমবৰ্ধমান পথ দুৰ্ঘটনা ৰোধৰ বাবে সাংবাদিকৰ সজাগতা সভা

বোকাখাতত সংঘটিত হৈ থকা সঘন পথ দুৰ্ঘটনাত নৱ প্ৰজন্মৰ বহু যুৱকে অকালতে প্ৰাণ হেৰুৱাৰ হেতু  বোকাখাতত পথ দুৰ্ঘটনা ৰোধৰ বাবে...

Read moreDetails

ৰাজ্যিক নিৰ্বাচন আয়োগে সময়ত অনুষ্ঠিত কৰিব নোৱাৰে পঞ্চায়ত নিৰ্বাচন

ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ (এন আৰ চি) কামত কোনো বাধা নোহোৱাকৈ পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে নির্দেশ দিলেও ৰাজ্যিক নির্বাচন...

Read moreDetails

উদং পথাৰ, উভৈনদী শস্য : কৃষিখণ্ডৰ কি দুৰাৱস্থা?

পহিলা ব’হাগৰ দিনা দেৰগাঁৱৰ চিকাৰী ঘাটলৈ গৈছিলো। ব্ৰহ্মপুত্ৰৰ পাৰৰ মিচিং জনজাতি অধ্যুষিত বৃহত্তৰ এই অঞ্চলটো কৃষিৰ বাবে বিখ্যাত আছিল। এসময়ত...

Read moreDetails

২৬ এপ্রিলৰ পৰা এন এফ ৰে’লৱে মজদুৰ ইউনিয়নৰ দুদিনীয়া কাৰ্যনিৰ্বাহক

অহা ২৬ আৰু ২৭ এপ্ৰিলত আগৰতলাত এন এফ  ৰে’লৱে মজদুৰ ইউনিয়নৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ’ব। লামডিং ডিভিজনৰ অন্তৰ্গত...

Read moreDetails

বিহু কমিটিৰ সদস্যক আক্ৰমণ কৰা দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীৰে কৃষ্ণাই থানাৰ সন্মুখত অৱস্থান ধৰ্মঘট

শনিবাৰে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানত বিহুৰ চান্দা সংগ্ৰহক লৈ দুই ফৈদৰ মাজত সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত আজিও অব্যাহত আছে প্ৰতিবাদ।...

Read moreDetails
Page 5247 of 5644 1 5,246 5,247 5,248 5,644

Stay Connected

Recent News