চামগুৰিত দুৰ্ধৰ্ষ ডকাইত চৰপত আলীক গ্ৰেপ্তাৰ আৰক্ষীৰ

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বাজিয়াগাওঁৰ ভগামুৰৰ পৰা চামগুৰি আৰক্ষীয়ে অভিযান চলাই এটা দুৰ্ধৰ্ষ ডকাইত কৰায়ত্ব কৰিবলৈ সক্ষম হয়।...

Read moreDetails

চিৰাঙত গুৱাহটী বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া বোৰ্ডৰ অধীনত বিটিএডিৰ চিৰাং জিলাৰ বেংতল মহাবিদ্যালয়ত আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ আৰম্ভ হৈছে। এই যুৱ মহোৎসৱ জুনৰ ২৮...

Read moreDetails

ৰাজীৱ ভৱনত নহয়, প্ৰাক্তন মন্ত্ৰী ৰকিবুলৰ বাসগৃহত যুৱ কংগ্ৰেছীৰ বিজয় উৎসৱ

বহুদিনৰ পৰা কংগ্ৰেছৰ ভিতৰচ’ৰাত চলি অহা লবীকেন্দ্ৰী ৰাজনীতিৰ আজি সত্য সত্যতা প্ৰমাণিত হ’ল। দীৰ্ঘদিন ধৰি ৰকিবুল হুছেইনৰ প্ৰাৰ্থীয়েই জয়ী হ’ব...

Read moreDetails

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ডিব্ৰুগড়ৰ ৰাজপথত অগপৰ শীৰ্ষ নেতৃত্বৰ শংখনাদ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে একেলগে ডিব্ৰুগড়ৰ ৰাজপথত থিয় হ’ল অগপৰ শীৰ্ষ নেতৃত্ব। ডিব্ৰুগড়ৰ পুৰণা চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা...

Read moreDetails

আদালতৰ মজিয়াত বিস্ফোৰণ : কাজিৰঙাৰ গঁড় মাৰি খৰ্গ বিক্ৰী বন বিভাগৰ চোৰাংচোৱাৰ

কাজিৰঙাৰ গঁড় মৰাত বন বিভাগৰ লগত সম্পৰ্ক থকা লোকো জৰিত। সাধাৰণ মানুহৰ এই সন্দেহ আজি ২৭ জুনত প্ৰমাণ হ’ল আদালতটো।...

Read moreDetails

কলিয়াবৰত চোৰাংভাৱে সৰবৰাহ কৰা চেগুণ কাঠ জব্দ

ডিমাপুৰৰ পৰা মৈৰাবাৰী অভিমুখী যাত্ৰীবাহী বাছৰ পৰা আজি কলিয়াবৰত জব্দ কৰা হয় বুজন পৰিমাণৰ চেগুণ কাঠ। জানিব পৰা মতে কাঠখিনি ডিমাপুৰৰ...

Read moreDetails

বিজেপিৰ ক’লা দিৱস এটা অপপ্ৰচাৰ : প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈ

আজি অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তথা প্ৰবীণ কংগ্ৰেছ নেতা তৰুণ গগৈয়ে বিজেপিক কঠোৰ সমালোচনা কৰিছে। তেওঁ কয় যে বিজেপি নেতৃত্বাধীন...

Read moreDetails

জুলাইত গৰমৰ বন্ধৰ মাজতে দুদিনীয়াকৈ ‘অসম বন্ধ’

জুলাইৰ গৰমৰ বন্ধৰ মাজতে আহি আছে দুদিনীয়া (৪৮ ঘণ্টীয়া) অসম বন্ধ। জনজাতিকৰণৰ অন্যতম প্ৰধান প্ৰতিশ্ৰুতিৰে নিৰ্বাচন জিকাৰ পিছত বিজেপিয়ে দিয়া...

Read moreDetails

অটল অতুল : সৃষ্টিনগৰৰ নিৰ্মাণৰ কাম বন্ধ নহ’লে চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হ’বলৈও সাজু বিধায়ক বৰা

‘চৰকাৰৰ দলৰ মানুহ মই, যেতিয়ালৈকে এইবোৰ চলি থাকিব, তেতিয়ালৈকে মই মাত মাতি যাম, কৰ্তৱ্য পালন কৰি যাম। চৰকাৰে ব্যৱস্থা গ্ৰহণ...

Read moreDetails

বালিপৰাত গৰাখহনীয়াৰ কবলত কেইবাখনো গাঁও; পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষুব্ধ গাঁওবাসী

শোনিতপুৰ জিলাৰ বালিপৰাত গৰাখহনীয়াৰ কবলত পৰিছে কেইবাখনো গাঁও, ইয়াৰে ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং শান্তিপুৰ গাঁও আজিও চৰকাৰী বিভিন্ন আঁচনিসমূহৰ পৰা বাৰে...

Read moreDetails
Page 5310 of 5952 1 5,309 5,310 5,311 5,952

Stay Connected

Recent News