আলফা (স্বাধীন)লৈ এইবাৰ আহ্বান আছু-২৮টা জনগোষ্ঠীয় সংগঠনৰ

আলফা (স্বাধীন)এ অপহৰণ কৰা জাগুনৰ গোপাল উপাধ্যায়ক একমাত্ৰ মানৱীয় দৃষ্টিভংগীৰে মুকলি কৰি দিবলৈ আছু আৰু ২৮টা জনগোষ্ঠীয় সংগঠনে আজি ২১...

Read moreDetails

চাৰিদুৱাৰৰ ১০টা মহিলা আত্ম সহায়ক গোটৰ মাজত ১লাখ টকীয়া চেক বিতৰণ

আজি শোণিতপুৰ জিলাৰ অসম অৰুণাচলৰ সীমান্তৱৰ্তী চাৰিদুৱাৰৰ চপালগা গাঁওত আজি অসম গ্ৰামীণ বিকাশ বেংক চাৰিদুৱাৰ শাখাৰ উদ্যোগত আৰু নাবাৰ্ড বেংকৰ...

Read moreDetails

তিনিচুকীয়াত অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ ৬ গৰাকী আলফা (স্বাধীন) সদস্যৰ

সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন)ৰ শীৰ্ষ পৰ্যায়ৰ ছজন কেডাৰে তিনিচুকীয়াত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান কুলধৰ শইকীয়াই গুৱাহাটীৰ কাহিলিপাৰাস্থিত...

Read moreDetails

মন-শৰীৰ পৰিষ্কাৰ কৰি ৰাখিলে এখন আদৰ্শ সমাজ প্ৰতিষ্ঠা কৰিব পাৰি : কেন্দ্ৰীয় যোগ দিৱসত মুখ্য মন্ত্ৰী সোণোৱাল

''মানৱ সমাজৰ উন্নয়ণৰ বাবে কাম কৰিবলৈ হ’লে সুস্থ স্বাস্থ্য, সুস্থ মনৰ অধিকাৰী হ'ব লাগিব। ইয়াৰ বাবেই আমাৰ জীৱনত যোগৰ আৱশ্যকতা...

Read moreDetails

জনস্বাস্থ্য কাৰিকৰী, সমবায় বিভাগৰ বিষয়াসকলৰ সৈতে মন্ত্ৰী ৰিহন দৈমাৰীৰ বৈঠক

বিশ্বনাথ জিলাৰ উপায়ুক্তৰ সভাকক্ষত আজি অনুষ্ঠিত দুখন সুকীয়া সুকীয়া বৈঠকত অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী আৰু সমবায় বিভাগৰ কেবিনেট মন্ত্ৰী ৰিহন...

Read moreDetails

জিম্মাত নিৰ্য্যাতন : গোৱালপাৰাৰ আৰক্ষী অধীক্ষকক দুবছৰৰ কাৰাদণ্ড কামৰূপ সত্ৰ ন্যায়াধীশৰ

হত্যাত অভিযুক্ত এজন লোকক আৰক্ষীৰ জিম্মাত নিৰ্য্যাতন চলোৱাৰ অভিযোগত গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাক কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশে...

Read moreDetails

নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াই ঢুকি পোৱা নাই কাৰ্বি আংলঙৰ ভিতৰুৱা অঞ্চল : অসম নাগৰিক সমাজ

অন্ধবিশ্বাসৰ কবলত পৰিয়েই নৃশংস হত্যাকাণ্ডৰ বলি হ’ল নীলোৎপল দাস আৰু অভিজিৎ নাথ। আঢ়ৈ ঘণ্টা ধৰি চলিছিল নীলোৎপল–অভিজিতক আক্ৰমণ কৰাৰ প্ৰস্তুতি।...

Read moreDetails

গৌৰীসাগৰ আৰক্ষীৰ অভিযানত জব্দ ১১৮ টিং লালি গুৰ, তিনিজনক আটক

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষীয়ে কালি এক অভিযান চলাই ১১৮ টিং লালি গুৰ জব্দ কৰাৰ লগতে তিনিজন লোকক আটক কৰিবলৈ সক্ষম...

Read moreDetails

কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেলৰ বৈঠক : অসমত লেহেমীয়া গতিত চলিছে ৰাষ্ট্ৰীয় পথ, ৰে’লপথ নিৰ্মাণৰ কাম

অসমত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন প্ৰকল্পসমূহৰ নিৰ্মাণৰ কাম লেহেমীয়া হৈ আছে। কেন্দ্ৰীয় পৰিসংখ্যা আৰু প্ৰকল্প কাৰ্য্যকৰীকৰণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী...

Read moreDetails

গোৱালপাৰাৰ শিমলিতোলা গাঁওত বহিল কুখ্যাত খাপ পঞ্চায়ত

ছচিয়েল মেডিয়াত আপলোড কৰা এটা ভিডিঅ’ত এহাল দম্পতিক মৰেল পুলিচে অকথ্য নিৰ্যাতন কৰা দেখা গৈছে। ঠিক যেন হাৰিয়ানা আৰু উত্তৰ...

Read moreDetails
Page 5331 of 5950 1 5,330 5,331 5,332 5,950

Stay Connected

Recent News