অসম

বহু চৰ্চিত প্ৰেম যুটী মিলিন্দ আৰু অংকিতাই দৌৰিব ১৩০ কিলোমিটাৰ

মিলিন্দ সুমন আৰু তেওঁৰ প্ৰেমিকা অংকিতা কোঁৱৰে এক বিশেষ প্ৰেম যুটী হিচাপে চৰ্চিত হোৱাৰ সময়তে সেয়া বাস্তৱিকতে প্ৰমাণ কৰিবলৈ আগবাঢ়িছে...

Read more

আগিয়াত হাতীৰ আক্ৰমণত অকাল মৃত্যুক সাবটি হ’লে ২ জনে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ সমান্তৰালকৈ বৃহস্পতিবাৰে গোৱালপাৰা জিলাৰ আগিয়া গাঁওত হাতীৰ আক্ৰমণত ২ জন লোক নিহত হয়।...

Read more

আমি ৰাজনীতি কৰা মানুহ, ৰাজনৈতিক আচাৰ-ব্যৱহাৰ বুজি পাওঁ : মন্ত্ৰী অতুল বৰা

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী তথা নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধীতাৰে কালি মহানগৰীৰ আমবাৰীস্থিত কাৰ্য্যালয়ৰ কৃষিমন্ত্ৰী অতুল বৰাই এখনি সংবাদমেলৰ আয়োজন কৰে।...

Read more

নামনি সোৱণশিৰি বৃহৎ নদীবান্ধঃ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে বিচাৰিছে নিৰপেক্ষ সমিতি, কেন্দ্ৰই লৈছে ‘পৰিচিত’ বিশেষজ্ঞ

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে যোৱা ১৬ অক্টোবৰতে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ক অৰণাচল প্ৰদেশ-অসম সীমান্তৰ ২,০০০ মেগাৱট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প সম্পৰ্কত...

Read more

কোকৰাঝাৰ ছেৰফাংগুৰীত বনভোজস্থলী উন্মোচন কৰি ভাৰত-ভুটান সীমান্তৰ বনাঞ্চল পৰিদৰ্শন বন মন্ত্ৰী প্ৰমীলা ৰানী ব্ৰহ্মৰ

হেল ৰিভাৰ গ্ৰীণ ভেলী ইক’ টুৰিছিম ডেভলপমেন্ট ছোছাইটি নামৰ  বে- চৰকাৰী সংস্থাৰ উদ্যোগত  কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰী থানাৰ অন্তৰ্গত শিয়ালমাৰী ময়নাগুৰী...

Read more

এন আৰ চি আংশিক খচৰা প্ৰকাশ সন্দৰ্ভত ছাত্ৰ সংগঠনৰে আলোচনাত বহিল ডিব্ৰুগড় জিলা প্ৰশাসন 

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন খচৰা প্ৰকাশলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ডিব্ৰুগড় জিলাত কোনো বিভ্ৰান্তিকৰ পৰিৱেশৰ সৃষ্টি নহ’বৰ বাবে...

Read more

বর্ণিল কাৰ্যসূচীৰে পাৰ হ’ল ৰাভা সাহিত্য সভাৰ অধিৱেশনৰ দ্বিতীয়টো দিন

ওদালগুৰি জিলাৰ টংলাৰ চিবাকাই সতীশ চন্দ্ৰ ৰাভা ছুমাৰছিনি মাপাক ডাম ক্ষেত্ৰত বুধবাৰৰ পৰা আৰম্ভ হোৱা ৰাভা সাহিত্য সভাৰ অধিৱেশনৰ দ্বিতীয়...

Read more

অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি পদত ড০ পৰমানন্দ ৰাজবংশী, প্ৰধান সম্পাদক পদত পদুম ৰাজখোৱা

অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে ড০ পৰমানন্দ ৰাজবংশী। বৃহস্পতিবাৰে বৰপেটাৰোড সাহিত্য সভা ভৱনত অনুষ্ঠিত হোৱা ভোট গণনাৰ অন্তত...

Read more

পাহৰণিৰ গৰ্ভত ব্ৰহ্মপুত্ৰৰ খননৰ প্ৰতিশ্ৰুতি

যোৱা ২৬ জুলাইত এক ঘোষণাৰ জৰিয়তে কেন্দ্ৰীয় পথ  যোগাযোগ মন্ত্ৰী নীতিন গাডকাৰিয়ে অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে অসমৰ আয়ুসৰেখাস্বৰূপ ব্ৰহ্মপুত্ৰক...

Read more
Page 5499 of 5575 1 5,498 5,499 5,500 5,575

Recent News