৫-৬ মে’ত বাৰদৈ চিখ্‌লা উদ্‌যাপন কৰিব বড়োলেণ্ড স্বায়ত্ত্ব শাসিত পৰিষদে

বড়োলেণ্ড স্বায়ত্ত্ব শাসিত পৰিষদে পৰম্পৰাগত উৎসাহ উদ্দীপনাৰে তেওঁলোকৰ বসন্ত উৎসৱ বিহু বা বৈছাগু উৎসৱক বাৰদৈ চিখ্‌লা হিচাপে পালন কৰাৰ সিদ্ধান্ত...

Read moreDetails

ৰোগ নিৰ্ণয়ৰ পৰীক্ষাৰ ভুল প্ৰতিবেদন দিয়া ব্যক্তিগত পৰীক্ষা কেন্দ্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কৃষক সংঘৰ

দৰঙৰ এটা জিলা পৰ্যায়ৰ কৃষক সংঘই জিলাখনৰ উপায়ুক্ত আৰু মেডিকেল ডায়গ্নষ্টিক আৰু ইমেজিং প্ৰতিষ্ঠানসমূহ পঞ্জীয়ন কৰা জিলা পৰ্যায়ৰ কৰ্তৃপক্ষৰ সভাপতিৰ...

Read moreDetails

ডি জি পি হিচাপে আজি দায়িত্ব ল’লে দুবাৰকৈ ৰাষ্ট্ৰপতি আৰক্ষী পদক লাভ কৰা দক্ষ আৰক্ষী বিষয়া কুল শইকীয়াই

অসম আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান হিচাপে আজি দায়িত্ব গ্ৰহণ কৰিলে ১৯৮৫ পীৰিৰ আই পি এছ বিষয়া তথা ৰাজ্যখনৰ এজন দক্ষ...

Read moreDetails

নিজ ছাৰ্ভিচ ৰাইফলৰে গুলীয়াই চাৰিদুৱাৰ চি আৰ পি এফ শিবিৰত জোৱানৰ আত্মহত্যা

শোনিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ চাৰিদুৱাৰস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ শিবিৰত আজি পুৱা এজন জোৱানে নিজ ছাৰ্ভিচ...

Read moreDetails

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ সভাপতি মিনাৰাম গগৈৰ মৃত্যুত শোক

দেওবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ ডিব্ৰুগড় জিলাৰ সমিতিৰ সভাপতি মিনাৰাম গগৈৰ মৃত্যু হয়। উল্লেখযোগ্য যে উচ্চ ৰক্তচাপজনিত...

Read moreDetails

আৰক্ষী বিভাগে পেৰেডেৰে সন্মান জনাই বিদায় দিলে সঞ্চালক প্ৰধান মুকেশ সহায়ক

অসম আৰক্ষীৰ দৰে বৃহৎ বিভাগ এটাৰ মুৰব্বী হিচাপে বিগত তিনি বছৰ গধুৰ দায়িত্ব বহন কৰি অহা ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান...

Read moreDetails

হোজাইত ভূমি বিবাদত উত্তেজিত খুৰায়েকে নৃশংসভাৱে হত্যা কৰিলে ৫ বছৰীয়া ভতিজাকক

ভূমি বিবাদক কেন্দ্ৰ কৰি আজি হোজাইত সংঘটিত দুই ফৈদৰ মাজৰ সংঘৰ্ষই হোজাইৰ লগতে সমগ্ৰ ৰাজ্য জোকাৰি যায়। উল্লেখযোগ্য যে হোজাই...

Read moreDetails

পেট্ৰ’ল পাম্পৰ বন্ধ কোঠাত মৃতদেহ উদ্ধাৰক লৈ দবকাত চাঞ্চল্য

আজি দিনৰ ভাগত হোজাইৰ জিলাৰ ডবকা অঞ্চলৰ মদাৰতুলিস্থিত কে আৰ চৌধুৰী পেট্ৰ'ল পাম্পত এটা মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ...

Read moreDetails

ডিমা হাচাওত ঘাইপথ মেৰামতিৰ দাবীত বহিমচন্দ্ৰ লাংঠাছাৰ আমৰণ অনশন

পূৰ্ব ঘোষিত কাৰ্যাসূচী অনুসৰি ডিমা হাচাওত ঘাইপথ মেৰামতিৰ লগতে বিদ্যুৎ সেৱাৰ দাবীত হাফলঙৰ বিশিষ্ট নাগৰিক তথা ডিমাচা এপেক্স বডি জাদিখে নাইশ্ব...

Read moreDetails

টীয়ক আৰু খুমটাইত সংঘটিত পৃথক পথ দুৰ্ঘটনাত দুজন নিহত

ৰাজ্যখনৰ টীয়ক আৰু খুমটাইত সংঘটিত দুটাকৈ পৃথক পথ দুৰ্ঘটনাত দুজনকৈ লোকে মৃত্যুক আঁকোৱালি ল'ব লগীয়া হয়। টীয়ক : ইয়াৰে প্ৰথমটো...

Read moreDetails
Page 5520 of 5942 1 5,519 5,520 5,521 5,942

Stay Connected

Recent News