মৰিগাঁও জিলাত অৱস্থিত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যলৈ অহা পৰ্যটকৰ সুবিধাৰ্থে ৰাজ্য চৰকাৰে অভয়াৰণ্যখনত নিৰ্মাণ কৰা এটা নৱ নিৰ্মিত পৰ্য্টক নিৱাস কালি...
Read moreDetailsনৰেন্দ্ৰ মোডীৰ নেতৃত্বৰ এনডিএ চৰকাৰে নগদ বিহীন ডিজিটেল লেনদেনৰ বাবে নাগৰিকক উৎসাহিত কৰাৰ পৰিকল্পনা কৰাৰ সময়তে অসমৰ ২২ নং দক্ষিণ...
Read moreDetailsবিগত কেইবাবছৰ ধৰি বিধ্বস্ত হৈ থকা আৰু নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰা দুধনৈ-মাটিয়া গোৱালপাৰা পঞ্চৰত্ন ৰাজ্যিক ঘাইপথৰ ’চি’ অংশৰ নিৰ্মাণৰ দাবীত...
Read moreDetailsগুৱাহাটী পানী যোগান প্ৰকল্পত সংঘটিত এহেজাৰ কোটিটকীয়া কেলেংকাৰীৰ সৈতে জৰিত আমেৰিকাৰ লুই বাৰ্জাৰ নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্ত প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ আহ্বান...
Read moreDetails২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেট প্ৰাক্কলন বুধবাৰে সদনত গৃহীত হয়। বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে...
Read moreDetailsশিক্ষা জগতক কলংকিত কৰা এক ঘটনাত পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাৰ বাবে বহিস্কৃত হ’বলগীয়া হৈছে এগৰাকী শিক্ষয়ত্ৰী। বৰপেটা জিলাৰ পাটাছাৰকুছিৰ...
Read moreDetailsকালি অৰ্থাৎ ২৮ মাৰ্চ তাৰিখে গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত গহপুৰ মহকুমাৰ বিভিণ্ণ অঞ্চলৰ জাতি-জনগোষ্ঠীৰ যুৱকক সামৰি সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ,অসমৰ বিশ্বনাথ...
Read moreDetailsঅসমৰ শিক্ষিত নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ। ৰাজ্য চৰকাৰে ৰাজ্যখনৰ চৰকাৰী বিদ্যালয়সমূহত নিযুক্তিৰ বাবে কেই হাজাৰমান শিক্ষকৰ চাকৰিৰ বিজ্ঞাপন দিছে।...
Read moreDetailsবৃহত্তৰ নাগালিম গঠনৰ বিষয়টোৱে অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনত সময়ে সময়ে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰি অহাৰ সময়তে কালি লোকসভাত কিৰেণ ৰিজিজুৱে...
Read moreDetailsৰাজ্যখনৰ কোনো মহিলা আৰু শিশুৱে যাতে নিৰাপত্তাহীনতাত ভূগিব নালাগে তাৰ বাবে প্ৰতিখন জিলাৰে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে যথোচিত ব্যৱস্থা গ্ৰহণ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd