পৰিৱেশ ৰক্ষাত চিগাৰেটৰ পেলনীয়া টুকুৰা! বিজ্ঞানীৰ চমক, কেনেকৈ সম্ভৱ?

বিশ্বজুৰি কাৰ্যকৰী, পুনৰ্নবীকৰণযোগ্য আৰু পৰিৱেশ অনুকূল শক্তিৰ সন্ধান চলিছে। মানুহে ক্ৰমান্বয়ে পৰম্পৰাগত শক্তিৰ উৎসৰ ব্যৱহাৰৰ পৰা আঁতৰি আহিছে। তেনে এক...

Read moreDetails

ভাৰতীয় ৰিজাৰ্ভ বেংক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; মেইল অহাৰ পিছতে চহৰজুৰি আতংক

ভাৰতীয় ৰিজাৰ্ভ বেংক (Reserve Bank of India)লৈ প্ৰেৰণ কৰা হৈছিল বোমা বিস্ফোৰণৰ ভাবুকি। ২৬ ডিচেম্বৰ অৰ্থাৎ মঙলবাৰে আৰ বি আইৰ...

Read moreDetails

নতুন মাইলৰ খুঁটি গঢ়াৰ পথত ইছৰো! কৃষ্ণগহ্বৰ আৰু নিউট্ৰন ষ্টাৰৰ সন্ধানত উৎক্ষেপণ হ’ব XPoSAT

ভাৰতীয় মহাকাশ বিজ্ঞান গৱেষণা কেন্দ্ৰ ইছৰ’ই দেশৰ প্ৰথমটো এক্স-ৰে প’লাৰিমিটাৰ উপগ্ৰহ বা XPOSAT উৎক্ষেপণ কৰিবলৈ ওলাইছে। ইছৰোৱে এইবাৰ এক্সপ’ছেটৰ জৰিয়তে...

Read moreDetails

ভাৰতীয় আৰক্ষী সেৱাৰ পৰা পদত্যাগ লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ

অসমৰ এগৰাকী অন্যতম আৰক্ষী বিষয়া লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই মঙলবাৰে ভাৰতীয় আৰক্ষী সেৱাৰ পৰা পদত্যাগ কৰিছে। অসম-মেঘালয় কেডাৰ (২০১১...

Read moreDetails

“পুনৰ এনকাউন্টাৰ: ৰাজ্যখনক আতংকময় পৰিস্থিতিলৈ ঠেলি দিব বিচাৰিছে” – ডি ৱাই এফ আই

অসম আৰক্ষীয়ে আৰম্ভ কৰা এনকাউন্টাৰ সংস্কৃতি কিছুদিন বন্ধ আছিল যদিও পুনৰ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। উগ্ৰপন্থীৰ সন্দেহত পাঁ‌চজনকৈ যুৱকক এনকাউন্টাৰ...

Read moreDetails

“বৰ্ণবাদৰ ঘৃণ্য ৰাজনীতি, মুখ্যমন্ত্ৰী শৰ্মাই ‘সতীদাহ’ প্ৰথাৰো পোষকতা কৰিব!”- চিপিআই(এম)

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ফেইচবুক একাউণ্ট, টুইটাৰ (বৰ্তমান 'X') আদি সামাজিক মাধ্যমবোৰৰ জৰিয়তে ধৰ্মগ্ৰন্থ ‘গীতা’ৰ উদ্ধৃতিৰে ব্ৰাহ্মণ্যবাদ তথা...

Read moreDetails

কোনে কয় মন্দিৰত ঈশ্বৰ থাকে? বশিষ্ঠ মন্দিৰতে ধৰ্ষণৰ বলি হ’ল নাবালিকা

এইবাৰ মন্দিৰৰ ভিতৰতে সংঘটিত হল এক জঘণ্য ঘটনা। গুৱাহাটীৰ বশিষ্ঠ মন্দিৰৰ চৌহদৰে এটা শৌচাগাৰত ধৰ্ষণৰ বলি হ'ল এগৰাকী কণমাণি নাবালিকা। ...

Read moreDetails

বেষ্টনী ভাঙি পলাইছে অভিযুক্ত! দেৱব্ৰত শইকীয়াৰ পৰামৰ্শ, ‘আৰক্ষীক দিয়ক কাবাডী প্ৰশিক্ষণ’

ৰাজ্যত পুনৰ বৃদ্ধি পাইছে এনকাউণ্টাৰ আতংক। অসম আৰক্ষীয়ে ইটোৰ পিছত সিটোকৈ যোৱা তিনিদিনত কৰা এনকাউণ্টৰক লৈ তোলপাৰ লাগিছে ৰাজ্য। অসম...

Read moreDetails

কাছাৰত জব্দ ১০ কোটি টকাৰ ড্ৰাগছঃ ৫ জনক গ্ৰেপ্তাৰ

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। এনে এক সফল অভিযানত আজি কাছাৰ জিলাত জব্দ হৈছে বৃ্হৎ পৰিমাণৰ ড্ৰাগছ। অসম আৰক্ষী...

Read moreDetails

২৯ ডিচেম্বৰত শান্তি চুক্তি স্বাক্ষৰ কৰিব ভাৰত চৰকাৰ আৰু আলোচনাপন্থী আলফাই!

ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পাইছে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ৰ কাৰ্যকলাপ। তাৰ মাজতে এক সূত্ৰই প্ৰকাশ কৰিছে এক গুৰুত্বপূৰ্ণ খবৰ। সূত্ৰ...

Read moreDetails
Page 904 of 5965 1 903 904 905 5,965

Stay Connected

Recent News