ইণ্ডোনেছিয়াৰ বিৰুদ্ধে খেলিবলৈ সাজু মণিপুৰৰ মহিলা ফুটবলাৰ ৰঞ্জনা চানু

মণিপুৰৰ ক্ৰীড়া ক্ষেত্ৰলৈ আন এক সুখবৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে প্ৰতিভাৱান ফুটবলাৰ এছ ৰঞ্জনা চানুৱে। অসম ৰাইফলছৰ হৈ খেলা এইগৰাকী...

Read moreDetails

নাগৰিকত্ব বিধেয়কৰ প্ৰতিবাদত পদ্মশ্ৰী উভতাই দিব প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা অৰিবাম শ্যাম শৰ্মাই

নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত এইবাৰ পদ্মশ্ৰী সন্মান উভতাই দিব মণিপুৰৰ প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা অৰিবাম শ্যাম শৰ্মাই। আজি ইম্ফলত চলচ্চিত্ৰ পৰিচালক...

Read moreDetails

বাৰ্মিজ আৰ্মিৰ দখলত এন এচ চি এন-কেৰ মুখ্য কাৰ্য্যালয়

মঙলবাৰে বিনাযুদ্ধে বাৰ্মিজ সেনাৰ দখললৈ গৈছে ম্যানমাৰৰ চাগাইং অঞ্চলৰ তা গা গাওঁস্থিত এন এচ চি এন-কেৰ মুখ্য কাৰ্য্যালয়। ঘটনাটো স্বীকাৰ...

Read moreDetails

প্ৰধান মন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ মণিপুৰী প্ৰতিবাদকাৰীৰ

সংসদৰ অধিৱেশনৰ এদিন পূৰ্বে মণিপুৰৰ ক্ষুদ্ধ আন্দোলনকাৰীসকলে জাতিধ্বংসী নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে নতুন দিল্লীৰ সংসদৰ ভিভিআইপি নিৰাপত্তা বেষ্টনিত সন্মুখত সন্মিলিত হৈ...

Read moreDetails

মণিপুৰৰ কাৰাৰুদ্ধ সাংবাদিকক এন এছ এৰ গোচৰৰ পৰা মুক্তি দিবলৈ আহ্বান পত্নীৰ

মণিপুৰৰ মুখ্য মন্ত্ৰীক সমালোচনা কৰা বাবেই বৰ্তমান কঠোৰ এন এছ এ আইনৰ অধীনত কাৰাৰুদ্ধ কৰি ৰখা সাংবাদিক কিশোৰচন্দ্ৰ ৱাংখেমক সোনকালে...

Read moreDetails

জাতিধ্বংসী বিধেয়কৰ বিৰোধিতা কৰিবলৈ সংঘবদ্ধ হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক দল

উত্তৰ-পূৰ্বাঞ্চলৰ ১১ টাকৈ ৰাজনৈতিক দলে মঙলবাৰে এখন অভিৱৰ্তনত মিলিত হৈ সৰ্বসন্মতভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।...

Read moreDetails

আন্তৰ্গাঁথনি উন্নত কৰাৰ দাবীত এনআইটি মণিপুৰৰ ছাত্ৰ-ছাত্ৰীৰ ধৰ্মঘট

২৩ জানুৱাৰি, বুধবাৰে প্ৰযুক্তিবিদ্যাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, মণিপুৰৰ  চমুকৈ এনআইটি মণিপুৰৰ ছাত্ৰ-ছাত্ৰীসকলে ঘোষণা কৰে যে, যদিহে প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানটোৰ আন্তৰ্গাঁথনি উন্নত কৰা...

Read moreDetails

বিধেয়ক সম্পৰ্কে আলোচনা কৰিবলৈ সৰ্বদলীয় বৈঠকৰ আহ্বান মণিপুৰৰ মুখ্য মন্ত্ৰী বীৰেন সিঙৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত বিভিন্ন ৰাজনৈতিক দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙে বহু...

Read moreDetails

সঞ্জীতা চানুৰ ওপৰত থকা সাময়িক নিলম্বন প্ৰত্যাহাৰ আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন সংস্থাৰ

আন্তঃৰাষ্ট্ৰীয় ভাৰোত্তোলন সংস্থাই কমনৱেলথ গেইমছৰ স্বৰ্ণ পদক বিজয়ী মণিপুৰৰ ভাৰোত্তোলক সঞ্জীতা চানুৰ ওপৰত থকা অস্থায়ী নিলম্বন ২২ জানুৱাৰিত প্ৰত্যাহাৰ কৰে।...

Read moreDetails

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাত মেঘালয়, মণিপুৰ, ত্ৰিপুৰাতো অসমৰ দৰে পৰিস্থিতি

বিজেপি শাসিত অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনে অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি কৰাৰ দৰে মণিপুৰতো একেই আলোড়ন দেখা গৈছে। উত্তৰ-পূবৰ বিজেপি...

Read moreDetails
Page 59 of 96 1 58 59 60 96

Stay Connected

Recent News