• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্ব বিখ্যাত স্প’ৰ্টছ ব্ৰেণ্ড ‘পিউমা’ৰ সৈতে চুক্তিবদ্ধ হ’ল বক্সাৰ মেৰীকম

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 19, 2019 7:35 am

1 min read

mary-kom-

মেৰীকমৰ ফাইল ফটো

815
VIEWS
Share on FacebookShare on Twitter

ছয়বাৰৰ বিশ্ব বক্সিং চেম্পিয়ন তথা ২০১২ অলিম্পিকৰ ব্ৰঞ্জ মেডেলিষ্ট মণিপুৰৰ মহিলা বক্সাৰ এম চি মেৰিকমৰ বাবে আন এক সুখবৰ। অৱশ্যে এইবাৰৰ এই সুখবৰটো বক্সিং ৰিঙৰ পৰা নহয় আহিছে বিশ্বৰ এটা আগশাৰীৰ স্প’ৰ্টছৱেৰ ব্ৰেণ্ড পিউমা ৰ পৰা। ব্ৰেণ্ডটোৱে বক্সাৰগৰাকীক অহা দুবছৰৰ বাবে ‘ব্ৰেণ্ড এম্বেছাদাৰ’ হিচাপে চুক্তিবদ্ধ কৰিছে।

পিউমা ইণ্ডিয়াৰ ৱ’মেনছ ট্ৰেইনিং শাখাৰ নতুন ব্ৰেণ্ড এম্বেছাদৰ মেৰীকমে দেশত ব্যৱসায়িক অভিযানত ব্ৰেণ্ডটোক প্ৰতিনিধিত্ব কৰিব।

ইফালে বিশ্বৰ এই আগশাৰীৰ স্প’ৰ্টছ ব্ৰেণ্ডটোৰ সৈতে চুক্তি হ’বলৈ পাই অত্যন্ত সুখী অনুভৱ কৰিছে মেৰীকমে। তেওঁ কয়, ‘এগৰাকী মহিলা তথা মাতৃ হিচাপে মই বহু প্ৰত্যাহ্বানাৰ সন্মুখীন হৈছো। সেই প্ৰত্যাহ্বান মই অতিক্ৰম কৰিছো। ইয়াৰ বাবে মই মোৰ পৰিয়াল আৰু দলক ধন্যবাদ জনাইছো’।

তেওঁ লগতে পিউমাই সদাই মহিলাক সহায় তথা উৎসাহিত কৰি আহিছে বুলিও উল্লেখ কৰে।

আনহাতে পিউমাৰ ভাৰতৰ মেনেজিং ডিৰেক্তৰ অভিশেখ গাংগুলীয়ে মেৰীকমক চুক্তিবদ্ধ কৰিবলৈ পাই যথেষ্ট পৰিমানে আনন্দিত অনুভৱ কৰাৰ লগতে ইয়াৰ জৰিয়তে ভাৰতৰ মহিলাসকলক অনুপ্ৰাণিত কৰিব পাৰিব বুলিও আশা প্ৰকাশ কৰে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd