ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপি কটকী নেতৃত্বাধীন সমিতিৰ পৰামৰ্শৰ পাছতে মেঘালয় চৰকাৰে দক্ষিণ গাৰো পাহাৰৰ উপ আয়ুক্তক জিলাখনত অবৈধ কয়লা খনন আৰু...
Read moreDetails২০২৩ চনৰ পৰা ভাৰতৰ সবাতোকৈ দূষিত চহৰত পৰিণত হৈছে বৰ্ণিহাট। অসম আৰু মেঘালয় ৰাজ্যৰ মাজত অৱস্থিত হোৱাৰ বাবে চহৰখন প্ৰদূষণে...
Read moreDetailsঅসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ে পি এইচ ডিকে ধৰি ভুৱা ডিগ্ৰী প্ৰদানৰ অভিযোগ উত্থাপন কৰা...
Read moreDetailsঅসম আৰু মেঘালয় আবকাৰী বিভাগৰ বিষয়াই যৌথ অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা আৰু অন্যান্য সামগ্ৰী জব্দ কৰাৰ লগতে মেঘালয়ৰ বৰাপানীত...
Read moreDetailsগুৱাহাটী উচ্চ ন্যায়ালয়ে শ্ৰীভূমিৰ পাথাৰকান্দিত পঞ্জীয়নভুক্ত ৫৪/২০২৫ নম্বৰ গোচৰৰ সন্দৰ্ভত বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, মেঘালয়ৰ (ইউ এছ টি এম) আচাৰ্য...
Read moreDetailsব্যক্তিগত শিক্ষানুষ্ঠান ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজি, মেঘালয়ৰ চ্যান্সেলৰক গ্ৰেপ্তাৰ কৰাত গভীৰ উদ্বেগ প্ৰকাশ কৰি মুছলমান নাগৰিক সমাজৰ এটা গোটে...
Read moreDetailsশনিবাৰে পুৱতি নিশা মহানগৰ আৰক্ষীৰ এটা দলে আটক কৰে মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, চমুকৈ ইউ এছ টি এমৰ আচাৰ্য...
Read moreDetailsবিশ্ববিদ্যালয়খনক “প্ৰৱঞ্চনাকাৰী” বুলি অভিহিত কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া বক্তব্যক খণ্ডন কৰিছে বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, মেঘালয়ে (USTM)। ইউ এছ টি...
Read moreDetailsমেঘালয়ৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ডঃ লজ্জা ৰাম বিষ্ণোইৰ বিৰুদ্ধে তেওঁৰ চৰকাৰী বাহনৰ পঞ্জীয়ন নম্বৰৰ অপব্যৱহাৰৰ অভিযোগত দাখিল কৰা এফআইআৰ...
Read moreDetailsআপুনি কেতিয়াবা ভাবিছেনে ভাৰতৰ কোনখন ৰাজ্যত মহিলাসকলে আটাইতকৈ বেছিকৈ মদ্যপান কৰে? শেহতীয়াকৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কৰা এক...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd