ছুপাৰ কাপ ফুটবল : শ্বিলং লাজঙে ৩-২ ব্যৱধানত পৰাস্ত কৰিলে শক্তিশালী এফ চি পুনে চিটিক

ভাৰতীয় ফুটবলৰ নৱতম সংযোজন ছুপাৰ কাপ ফুটবল টুৰ্ণামেণ্টত বুধবাৰে এফ চি পুনে চিটি আৰু উত্তৰ-পূবৰ শক্তিশালী দল শ্বিলং লাজঙৰ মাজত...

Read moreDetails

শীঘ্ৰে মেঘালয় ভ্ৰমণৰ ইচ্ছা প্ৰকাশ ৰাষ্ট্ৰপতি ৰাম নাথ ক’বিন্দৰ

শীঘ্ৰে মেঘালয় ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি ৰাম নাথ ক’বিন্দে। ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ ১ বছৰ সম্পূৰ্ণ হোৱাৰ পূৰ্বে তেওঁ ৰাজ্যখনলৈ...

Read moreDetails

দিল্লীত কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ মেঘালয়ৰ মুখ্য মন্ত্ৰী চাংমাৰ

মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই আজি  নতুন দিল্লীত কেইগৰাকীমান কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি তেওঁলোকক ৰাজ্যখনৰ বিভিন্ন বিষয়ৰ ওপৰত এটা আভাস...

Read moreDetails

শ্বিলঙত ৩ এপ্ৰিলৰ সন্ধিয়ালৈকে বন্ধ থাকিব ৰাজহুৱা পানী যোগান

মঙলবাৰে সন্ধিয়ালৈকে পানী যোগান বন্ধ থাকিব শ্বিলঙৰ কিছু কিছু এলেকাত। পানী যোগান কেন্দ্ৰত হোৱা বিজুতিৰ বাবে এনে হ’ব বুলি ২...

Read moreDetails

৩০ মাৰ্চত হোৱা শিল বৰষুণত মেঘালয়ৰ ২৫০০ৰো অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হোৱা বুলি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্যত প্ৰকাশ

মেঘালয়ত যোৱা ৩০ মাৰ্চত হোৱা প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণৰ ফলত ৰাজ্যখনৰ ২৩৭খন গাঁৱৰ মুঠ ২,৫০০ পৰিয়াল যথেষ্ট পৰিমানে ক্ষতিগ্ৰস্ত...

Read moreDetails

এয়াৰ ডেক্কানে শীঘ্ৰে শ্বিলং আৰু আগৰতলাৰ মাজত আৰম্ভ কৰিব বিমান সেৱা

১৫ এপ্ৰিলৰ পাছৰ পৰা মেঘালয়ৰ ৰাজধানী শ্বিলং আৰু ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাক প্ৰত্যক্ষ সংযোগ কৰাৰ লক্ষ্যৰে আৰম্ভ কৰিব বিমান সেৱা। এয়াৰ...

Read moreDetails

জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খাবৰ বাবে নীতি গ্ৰহণৰ পৰিকল্পনা মেঘালয় চৰকাৰৰ

জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই চলিবলৈ এক সহাৱস্থানমূলক নীতি গ্ৰহণ কৰিব মেঘালয় চৰকাৰে। এই কথা জনাইছে মুখ্য মন্ত্ৰী কনৰাড চাংমাই।...

Read moreDetails

বৰষুণ, শিলাবৃষ্টিত ক্ষতিগ্ৰস্তক সাহায্য : মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই তেওঁৰ কেবিনেট সতীৰ্থ আৰু মুখ্য সচিব, দুৰ্যোগ ব্যৱস্থাপনাৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব আৰু জ্যেষ্ঠ বিষয়াসকলৰ...

Read moreDetails

প্ৰচণ্ড শিল বৰষুণে বহুতৰে ঘৰ-দুৱাৰৰ ক্ষতি কৰিলে মেঘালয়ৰ পশ্চিম খাচি পাহাৰ জিলাত

মেঘালয়ত আজি প্ৰচণ্ড শিল বৰষুণে বহু ঠাইত বিভিন্ন ধৰণৰ ক্ষতি কৰাৰ লগতে স্বাভাৱিক জনজীৱন ব্যাহত কৰে। আজি আবেলিৰ সময়ত ধুমুহাৰ...

Read moreDetails

মেঘালয়ৰ সৰ্ব শিক্ষাৰ অধীনৰ শিক্ষকসকলক সকাহ দিলে কেন্দ্ৰই

কেন্দ্ৰীয় চৰকাৰে সৰ্ব শিক্ষা কাৰ্যসূচীৰ নিয়মিত খৰচৰ বাবে অনাদায় হৈ থকা ১৩৫ কোটি টকা মোকলাই দিয়াত মেঘালয়ৰ সৰ্ব শিক্ষা অভিযানৰ...

Read moreDetails
Page 55 of 84 1 54 55 56 84

Stay Connected

Recent News