তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তবৰ্তী মাৰ্ঘেৰিটাত এইবাৰ বিজেপি দলৰ ভিতৰত ওলাইছে দ্বিতীয়জন শুকুৰ আলি৷ নিজকে বিজেপি দলৰ এজন সক্ৰিয় কৰ্মী...
Read moreDetailsঅচিৰেই গ্ৰেপ্তাৰ হ’ব পাৰে ভূপেন বৰা। সমগ্ৰ অসমতে ভাৰতীয় যুৱ মৰ্চাই ২৮৩ খন এজাহাৰ দাখিল কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি...
Read moreDetailsপত্নীয়ে স্বামীক কুঠাৰেৰে হত্যা কৰি মৃতদেহ পাঁচ টুকুৰাকৈ কাটি পেলায়। তাৰ পাছত শৰীৰৰ কটা অংশবোৰ পুখুৰীৰ পানীত পেলাই দিয়ে। উত্তৰ...
Read moreDetailsদিল্লীৰ ৰাজপথত নিশা গুলীয়াই হত্যা কৰা হ’ল এগৰাকী মহিলাক। দক্ষিণ-পশ্চিম দিল্লীৰ ডাবৰি অঞ্চলত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা। মৃত...
Read moreDetailsবলীউডৰ অভিনেত্ৰী উৰ্বশী ৰাউটেলা বাৰে বাৰে ছ’চিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হয়। বেছিভাগ সময়তে এনে কটাক্ষৰ সৈতে সাঙোৰ খাই থাকে ক্ৰিকেটাৰ...
Read moreDetailsবৃহস্পতিবাৰে লাভ জেহাদ প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মহাভাৰত–শ্ৰীকৃষ্ণক সাঙুৰি মন্তব্য কৰাৰ পিছতে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আনকি মুখ্যমন্ত্ৰীয়েও...
Read moreDetailsৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত তিনিদিনীয়া ভ্ৰমণৰ কাৰ্যসূচীৰে আহি হোজাইৰ গীতাশ্ৰমত উপস্থিত হৈছে। তেওঁৰ ভ্ৰমণৰ সময়ত তেওঁ স্বয়ংসেৱকসকলৰ সৈতে...
Read moreDetailsআন্তঃৰাষ্ট্ৰীয় প্ৰৱঞ্চনাৰ জালত পৰি দেশৰ জনসাধাৰণে লাখ লাখ টকা হেৰুৱাইছে। ইয়াৰ ভিতৰত কেইবাজনো অভিযন্তাও আছে বুলি জানিব পৰা গৈছে। চাকৰিৰ...
Read moreDetailsমণিপুৰৰ হিংসাত্মক পৰিস্থিতিক লৈ সমগ্ৰ দেশ উদ্বিগ্ন। দীৰ্ঘদিন ধৰি প্ৰধানমন্ত্ৰীৰ মৌনতাক লৈ বিৰোধীয়ে প্ৰশ্ন কৰাৰ সমান্তৰালকৈ বিভিন্ন মহলতো তাক লৈ...
Read moreDetailsআচাৰ্য চাণক্যৰ নীতি আৰু সিদ্ধান্ত গ্ৰহণ কৰি জীৱনত সফলতাৰ দিশত সৰু সৰু পদক্ষেপ ল’ব পাৰি। আপুনি ইয়াক আপোনাৰ পেছাদাৰী বা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd