গুৱাহাটীবাসী সাৱধান। সম্ভাৱনা আছে যে আপুনি নথকা সময়ত দুৰ্বৃত্তই বাহনত এৰি থৈ যোৱা আপোনাৰ মূল্যৱান সামগ্ৰীবোৰ চুৰি কৰিব পাৰে। সোমবাৰে...
Read moreDetailsআছুত তৃণমূল পৰ্যায়ত অজস্ৰ আৰু সন্দেহাতীতভাৱে অসম প্ৰেমী যুৱ কৰ্মী আছে ৷ কিন্তু নেতৃত্বৰ কেতবোৰ সুবিধাবাদী অৱস্থানে সংগঠনটোৰ যিদৰে গৰিমা...
Read moreDetailsমূল্যবৃদ্ধিৰ বাবে মিঞাক দোষাৰোপ কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেৱল দেশতে সমালোচনা সীমাৱদ্ধ হৈ থকা নাই। আন্তঃৰাষ্ট্ৰীয় স্তৰতো...
Read moreDetailsদিল্লীৰ শেহতীয়া বান পৰিস্থিতিক লৈ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টিৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই। দিল্লীৰ...
Read moreDetailsশেহতীয়াকৈ অসমত উজান উঠিছে তৰুণ প্ৰজন্মৰ প্ৰতিভাৰ। ইটোৰ পিছত সিটোকৈ অসমৰ সাংস্কৃতিক, শৈক্ষিক, সামাজিক আৰু ক্ৰীড়াৰ জগতলৈ সুনাম কঢ়িয়াই আনিছে...
Read moreDetailsকংগ্ৰেছ নেতা তথা গুজৰাটৰ বিধায়ক বদগাম জিগনেশ মেৱানীয়ে যোৱা বছৰ অসমৰ এগৰাকী মহিলা আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত ৰুজু হোৱা গোচৰৰ...
Read moreDetailsহত্যা-হিংসাৰ দাবানলত জাহ গৈছে মণিপুৰ। দুমাহতকৈ অধিক সময় ধৰি অগ্নিগৰ্ভৰ হৈ থকা মণিপুৰত এতিয়া শান্তি দূৰ নিলগত! ৰাজ্যখনত এতিয়াও শাম...
Read moreDetailsঅসমৰ সমষ্টি পুনৰ নিৰ্দ্ধাৰণ সন্দৰ্ভত অহা ইং ১৯, ২০ আৰু ২১ জুলাই তাৰিখে গুৱাহাটীত হ'বলগীয়া লোক শুনানিলৈ দেশৰ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয়...
Read moreDetailsগহপুৰ পৌৰসভা আৰু অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানে মহিলা আত্মসহায়ক গোটৰ লগতে ক্ষেত্ৰভিত্তিক সংঘলৈ আগবঢ়োৱা চাৰু আৰু কাৰু শিল্পৰ গ্ৰীষ্মকালীন...
Read moreDetailsমুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ মন্ত্ৰীসভাত কোনো ধৰণৰ সালসলনি নহয়। নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীত্বৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd