গৰ্ভাৱস্থাত ‘মৰ্নিং ছিকনেছ’ অৰ্থাৎ বমিৰ ভাৱ বা বমি হোৱাটো স্বাভাৱিক। কিন্তু, সেইবুলি দাঁতবোৰ সৰি পৰা? ব্ৰিটেইনৰ বাৰ্কশ্বাৰৰ বাসিন্দা লুইছ কুপাৰৰ...
Read moreDetailsমহাৰাষ্ট্ৰৰ বুলঢানাৰ সিন্ধখেড়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এখন ব্যক্তিগত বাছত অগ্নিকাণ্ডৰ ঘটনা ঘটে। বাছখনত বহু লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।...
Read moreDetailsআচাৰ্য চাণক্যই শত্ৰু জয়ৰ বাবে এটা নিশ্চিত নীতি উল্লেখ কৰিছে। যিটো গ্ৰহণ কৰি শত্ৰুক উচিত শিক্ষা দিয়া সম্ভৱ। চাণক্য নীতি:...
Read moreDetailsহিংসাজৰ্জৰ মণিপুৰত দুদিনীয়া ভ্ৰমণসূচীৰে কালি মণিপুৰত উপস্থিত হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। মণিপুৰত উপস্থিত হৈ গান্ধীয়ে কালি চুৰাচাণ্ডপুৰলৈ সাহায্য শিবিৰ...
Read moreDetailsমণিপুৰৰ ৰাজনীতিত টুইষ্টৰ পিছত টুইষ্ট! ৰাজ্যখনত চলি থকা অৰাজকতা তথা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি দুপৰীয়াৰ ভাগত মুখ্যমন্ত্ৰী বীৰেণ সিঙে পদত্যাগ...
Read moreDetailsকংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে (৩০ জুন) দুপৰীয়াৰ ভাগত মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকেক সাক্ষাৎ কৰে। ইম্ফলৰ ৰাজভৱনত ৰাহুল গান্ধীয়ে...
Read moreDetailsবিশ্বৰ ধনী মানুহ (Billionaire) ৰ বিষয়টো আহিলে আমি সাধাৰণতে ইলন মাস্ক-বিল গেটছ-আম্বানিহঁতৰ দৰে নাম শুনিবলৈ পাওঁ। কিন্তু আজি আমি আপোনালোকৰ...
Read moreDetailsমণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা বীৰেণ সিঙে অচিৰেই পদত্যাগ কৰাৰ সম্ভাৱনা আছে। বাতৰিৰ সূত্ৰসমূহৰ ধাৰণা সত্য হ’লে, শুকুৰবাৰে (৩০ জুন) মণিপুৰৰ...
Read moreDetailsআমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন টোপনিৰ মাজত দম বন্ধ হৈ পৰা স্লিপ এপনিয়াত আক্ৰান্ত বুলি হোৱাইট হাউছে প্ৰকাশ কৰিছে। স্লিপ এপনিয়া...
Read moreDetailsস্বনামধন্য জ্ঞানদাভিৰাম বৰুৱাই বেৰিষ্টাৰী পঢ়িবলৈ গৈ লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত কৈছিল- অসম পুলিচো লণ্ডনৰ আৰক্ষীৰ দৰেই অত্যন্ত ভদ্ৰ ; নম্ৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd