উত্তৰ-পূব

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

নামনি অসমৰ বিভিন্ন প্ৰান্তত বন বিভাগ আৰু জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত থকাৰ মাজতে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলত...

Read more

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱঃ মেঘালয়ত ভয়াৱহ ভাবে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ

পৃথিৱীৰ অন্যতম আৰ্দ্ৰ স্থান চেৰাপুঞ্জী নামেৰেও পৰিচিত ছ’হৰাত বৰষুণৰ পৰিমাণ ভয়াবহ ভাবে হ্ৰাস পোৱাৰ ফলত বিজ্ঞানী আৰু স্থানীয় লোক উভয়ৰে...

Read more

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

দেশৰ তথাকথিত পৰম্পৰাগত ৰাজনৈতিক ব্যৱস্থাৰে বান্ধ খাই থকা কংগ্ৰেছ আৰু বিজেপি  ৰে আমাৰ মিত্ৰতা সম্ভৱ নহয় ৷ এই দুয়োটা দল...

Read more

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

তেলেগু ছুপাৰষ্টাৰ তথা ‘বাহুবলী’ৰ পৰিচালক এছ এছ ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবু পুনৰ আইনী সমস্যাত সোমাই পৰিছে। এপ্ৰিল মাহত...

Read more

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

বিহাৰৰ ব্যৱসায়ী গোপাল খেমকাৰ হত্যাকাণ্ডৰ ৰহস্য এতিয়াও উন্মোচন হোৱা নাই। তাৰমাজতে বিহাৰত সংঘটিত হৈছে আন এক হত্যাকাণ্ডৰ ঘটনা। দেওবাৰে সন্ধিয়া...

Read more

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা, চেন্নাই ছুপাৰ কিংছৰ প্ৰিয় ‘চিন্না থালা’ সুৰেশ ৰাইনা এইবাৰ অভিনেতা! এখন তামিল ছবিৰ জৰিয়তে চিনেমা জগতত...

Read more

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে এতিয়াও চৰকাৰী বাসভৱন খালী নকৰাত বিতৰ্কৰ সৃষ্টি হৈছে। ইতিমধ্যে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় গৃহ...

Read more

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বহুতে তেওঁ সুৰ সলনিৰ ইংগিত পাইছিল। এইবাৰ মুকলিকৈ কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছৱানে এন ডি এ ত্যাগ...

Read more

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

অৰ্থনীতিৰ ভাষাত জনমূৰি জিডিপি (জিডিপি পাৰ কেপিটা)আৰু জিডিপিৰ মাজত ডাঙৰ পাৰ্থক্য আছে। কাৰণ, জিডিপি হৈছে এখন দেশৰ গড় ৰাষ্ট্ৰীয় উৎপাদন।...

Read more

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

এজবাষ্টনত নতুন ইতিহাস ৰচিলে নতুন টিম ইণ্ডিয়াই। শুভমন গিলৰ দলটোৱে প্ৰমাণ কৰিলে যে ভাৰতৰ বিজয় যাত্ৰা চলিছে আৰু ই অব্যাহত...

Read more
Page 14 of 5755 1 13 14 15 5,755

Recent News