যুৱক সকলে নোৱাৰিলে, এইবাৰ যুৱতীৰ দলে কৰি দেখুৱালে। ১৯ অনুৰ্ধৰ মহিলা এছিয়া কাপত ভাৰতে বাংলাদেশক পৰাস্ত কৰে। কুৱালালামপুৰত অনুষ্ঠিত হোৱা...
Read moreDetailsআইপিএলৰ মেগা নিলামত অৱহেলিত হৈ ৰোৱা পঞ্জাৱৰ আনমোলপ্ৰীত সিঙে লিষ্ট এ ক্ৰিকেটত দ্ৰুততম শতকৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। গ্ৰুপ এত...
Read moreDetailsকেৰালাৰ বাওঁ মঞ্চৰ অন্যতম দুৰ্গ পালাক্কাড জিলাৰ কুজলমানম অঞ্চলৰ চিপিএম নেতাৰ যোগদানক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।...
Read moreDetailsজি এছ টিয়ে বহু প্ৰত্যাশিত জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়াম হ্ৰাস কৰিব বুলি আশা কৰা হৈছিল। কিন্তু ৰাজস্থানৰ জয়ছালমেৰত...
Read moreDetailsপঞ্জাৱৰ মোহালিত হঠাৎ ভাঙি পৰিল এটা বহুমহলীয়া অট্টালিকা। এই ঘটনাত এজনৰ মৃত্যু ঘটে আৰু একাধিক আবদ্ধ হৈ পৰে। ধ্বংসাৱশেষৰ পৰা...
Read moreDetailsচিৰি বগাই উঠাটো এটা ডাঙৰ ব্যায়াম। লিফট ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে চিৰিৰে যাবলৈ বাছি লোৱাটোৱে স্বাস্থ্যৰ বহু উপকাৰ কৰে। আপোনাৰ হৃদযন্ত্ৰ...
Read moreDetailsঅসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সাংবিধানিক নীতি-নিয়ম আৰু বিশেষাধিকাৰ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি ৰাজ্যখনৰ মহাধিবক্তা দেৱজিৎ লন শইকীয়াৰ...
Read moreDetailsদেশৰ শীৰ্ষ ৰাজনীতিবিদ, মনোৰঞ্জন জগতৰ তাৰকা, বিখ্যাত তাৰকা ক্ৰীড়াবিদ, আনকি বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় ব্যক্তিত্ব যাৰ ওচৰত তেওঁলোকে আনুগত্য প্ৰকাশ কৰে, দেশৰ...
Read moreDetailsজাৰ্মানীত পুনৰ খ্ৰীষ্টমাছ মাৰ্কেটত গাড়ী চলাই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। শুকুৰবাৰে সন্ধিয়া চেক্সন-আনহাল্ট ৰাজ্যৰ ৰাজধানী মেগডেবাৰ্গত সংঘটিত হয় এই আক্ৰমণৰ...
Read moreDetailsঅসমীয়া সংগীত জগতত গণশিল্গী হিচাপে পৰিচিতি লাভ কৰা সূৰ্য্য দাস আৰু নাই। মৰিগাঁও অসামৰিক চিকিৎসালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd