উত্তৰ-পূব

ৰহস্যজনক! কালুগাঁওৰ সমীপৱৰ্তী ২নং শলগুৰি গাঁওত পুখুৰীত উদ্ধাৰ চাৰিবছৰীয়া শিশুৰ মৃতদেহ

শিৱসাগৰ চহৰৰ সমীপৰ কালুগাঁৱৰ ২ নং শলগুৰি গাঁওত সংঘটিত হৈছে এক শোকাবহ ঘটনা। পুৱা পাঁচবজাত পাছফালৰ পুখুৰীত উদ্ধাৰ হৈছে চাৰিবছৰীয়া...

Read moreDetails

গংগা নৈৰে পুনৰ উটি আহিল বহু কেইটা মৃতদেহ,এইবাৰ ক’ত?

দেশত ক'ৰ'নাতংক ক্ৰমাৎ শাম কাটিছে যদিও মৃত্যুৰ সংখ্য যেন কমা নাই। সৌসিদিনা উত্তৰ প্ৰদেশত গংগা নৈৰে ক'ৰ'না ৰোগীৰ মৃতদেহ উটি...

Read moreDetails

কমাৰবন্ধাত অবৈধভাৱে মজুত কৰা ৰন্ধন গেছৰ চিলিণ্ডাৰ, পেট্ৰলিয়ামজাত সামগ্ৰী আৰু সুৰা জব্দ

গোলাঘাট জিলাত অসাধু চক্ৰৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ অভিযান অব্যাহত আছে। বিগত কিছুদিন ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছকে ধৰি বিভিন্ন অসামাজিক...

Read moreDetails

শ্বাস-প্ৰশ্বাসত কষ্ট! পুনৰ হাস্পাতালত ভৰ্তি বলীউদৰ কিংবদন্তি অভিনেতা দিলীপ কুমাৰ

বলীউদৰ কিংবদন্তি অভিনেতা দিলীপ কুমাৰ পুনৰ হাস্পাতালত ভৰ্তি হৈছে। মুম্বাইৰ পি ডি হিন্দুজা হাস্পাতালত অভিনেতাগৰাকীক ভৰ্তি কৰোৱা হৈছে। অভিনেতাগৰাকীৰ পত্নী...

Read moreDetails

স্বস্তিৰ খৱৰ! দেশত যোৱা ২৪ঘন্টাত আৰু হ্ৰাস পালে কৰ’নাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা

দেশত কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌ চলি থকাৰ মাজতে যোৱা ২৪ ঘন্টাত দৈনিক সংক্ৰমণৰ ঘটনা পূৰ্বৰ দিনৰ তুলনাত আৰু হ্ৰাস পাইছে।...

Read moreDetails

সীমান্ত অঞ্চল পৰিদর্শন গোলাঘাট জিলাৰ উপায়ুক্তৰ; ফোন কৰি স্বাস্থ্যৰ খবৰ ল’লে ৰোগীৰ

গোলাঘাট জিলাৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে শনিবাৰে জিলাখনৰ অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীৰ গড়বস্তি, কলাজান আদি অঞ্চল পৰিদর্শন কৰি সীমান্ত অঞ্চলৰ ভৌগলিক...

Read moreDetails

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬ নং দফা সন্দৰ্ভত দাঙি ধৰা যুক্তি ভিত্তিহীন: উপমন্যু হাজৰিকা

‘’মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই "৬ নং দফা সমিতিৰ প্ৰতিবেদন আদালতত নিটিকে" বুলি দিয়া মন্তব্য দূৰ্ভাগ্যজনক আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়।...

Read moreDetails

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলৰ বিহদিয়া বন শিৱিৰ এলেকাত শনিবাৰে এটা মতা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয় ৷ কহঁৰা বনাঞ্চলত...

Read moreDetails

শেষ সকীয়নি! Twitterক নতুন IT নীতি মানি চলিবলৈ আহ্বান জনাই কেন্দ্ৰৰ চূড়ান্ত জাননী

সকলোৱে মানি লৈছে যদিও একমাত্ৰ বাধা হৈ থিয় দিছে টুইটাৰ। কেন্দ্ৰীয় চৰকাৰ আৰু টুইটাৰৰ মাজৰ বিবাদে আনকি আদালত পৰ্যন্ত পাইছেগৈ।...

Read moreDetails

মহানগৰীৰ বাবে ক’ভিড সম্পৰ্কীয় অভিযোগ নিষ্পত্তি কোষ গঠন; ক’ভিড চিকিৎসা, সৎকাৰৰ অভিযোগক দিয়া হ’ব প্ৰাধান্য

এতিয়াৰ পৰা মহানগৰীত ক’ভিড চিকিৎসা বা ক’ভিডত মৃত্যু হোৱা লোকৰ সৎকাৰৰ ক্ষেত্ৰত সন্মুখীন হোৱা যিকোনো অসুবিধাৰ তৎকালীনভাৱে সমাধান কৰিব জিলা...

Read moreDetails
Page 2181 of 6167 1 2,180 2,181 2,182 6,167

Stay Connected

Recent News