বিৰাটৰ বাৰত বিপত্তি। বেংগালুৰুত নিয়ম নিশা ১ বজাৰ পিছত খোলা ৰাখিব নোৱাৰিব বাৰ (PUB)। কিন্তু বেংগালুৰুৰ এম জি ৰোডত অৱস্থিত...
Read moreDetailsবিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হোৱাটো যিমানেই গৌৰৱৰ বিষয় সিমানেই লাজৰ বিষয় হৈ পৰিছে বিজেপিৰ। তেনে এক লাজৰ অভিলেখ ৰচনা কৰিছে...
Read moreDetailsযোৱা কেইটামান দশক ধৰি বিজ্ঞানীসকলে "ৰঙা গ্ৰহ" নামেৰে জনাজাত মংগল গ্ৰহৰ ৰহস্য সমাধানত ব্যস্ত হৈ আছে। ইফালে এইবাৰ এটা ডাঙৰ...
Read moreDetailsওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ২০১৫ চনত ৰৌতাত এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অপৰাধত এজন লোকক বিশ বছৰৰ কঠোৰ কাৰাদণ্ডৰ...
Read moreDetailsৰাহুল গান্ধীৰ লোকসভাৰ ভাষণক লৈ হুলস্থুল হৈছিল। লোকসভাত বিৰোধী দলপতি গৰাকীয়ে মন্তব্য কৰিছিল যে হিন্দু ধৰ্মত হিংসাৰ কোনো স্থান নাই।...
Read moreDetailsঅসমে বিধ্বংসী বানৰ সৈতে যুঁজ অব্যাহত ৰখাৰ সময়ত ৰাজ্যখনৰ বৃহৎ নদীসমূহে বিপদ সীমা অতিক্ৰম কৰি বৈ আছে। ব্ৰহ্মপুত্ৰ, সুৱনশিৰি, বুঢ়াদিহিং,...
Read moreDetailsকাৰ্টনৰ পিছত কাৰ্টন মদৰ বটল, মানুহৰ দীঘলীয়া শাৰী। তীব্ৰ ভিৰ চম্ভালিছে আৰক্ষীয়ে। কৰ্ণাটকৰ বিজেপিৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী কে সুধাকৰৰ...
Read moreDetailsপুনেৰ ঘটনাৰ পুনৰাবৃত্তি এইবাৰ মুম্বাইত! বনেটত ওলমি মহিলাগৰাকী, হুৰমুৰাই চোঁচৰাই লৈ গ’ল চালকে! মহিলাৰ মৃত্যুত উত্তাল মহাৰাষ্ট্ৰ। একনাথ শিণ্ডেৰ নেতৃত্বৰ...
Read moreDetailsফ্ৰান্সৰ সংসদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আগবাঢ়ি থকা কট্টৰ সোঁপন্থী নেশ্যনেল ৰেলী (আৰ এন)ক দ্বিতীয় পৰ্যায়ত বাওঁপন্থী মিত্ৰজোঁটে ধৰাশায়ী কৰিছে। আনুষ্ঠানিক...
Read moreDetailsৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ অনুপস্থিতিৰ বিৰুদ্ধে চলোৱা অভিযানত শিক্ষা বিভাগে ডাঙৰ অস্বস্তিৰ সন্মুখীন হৈছে। শিক্ষকৰ দৰমহা বন্ধ কৰিবলৈ প্ৰকাশ কৰা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd