• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজস্থানৰ ৪টা লোকসভা সমষ্টিৰ ৩১টা বুথত ‘শূন্য’ বিজেপি! বুথ সভাপতিসকলেও দলক নিদিলে ভোট

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 9, 2024 1:10 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হোৱাটো যিমানেই গৌৰৱৰ বিষয় সিমানেই লাজৰ বিষয় হৈ পৰিছে বিজেপিৰ। তেনে এক লাজৰ অভিলেখ ৰচনা কৰিছে দলটোৱে। শেহতীয়াকৈ সমাপ্ত হোৱা লোকসভা নিৰ্বাচনত বিজেপিয়ে মিত্ৰ দলৰ সহযোগত চৰকাৰ গঠন কৰিছে যদিও তথ্য অনুসৰি দেশৰ ৪ টা লোকসভা সমষ্টিৰ ৩১ টা বুথত বিজেপিয়ে ভোট পাইছে শূন্য।

তাত পৰিস্থিতি ইমানেই বেয়া যে নিজৰ দলৰ বুথ সভাপতিজনেও বিজেপিক ভোট নিদিলে। ইয়াৰ বাহিৰেও আন ৭টা লোকসভা সমষ্টিৰ ৩৩টা বুথত গেৰুৱা শিবিৰে মাত্ৰ ১টাকৈ ভোটহে লাভ কৰে।

শেহতীয়াকৈ হিন্দী সংবাদ মাধ্যম ‘দৈনিক ভাস্কৰ’য়ে এই প্ৰতিবেদন প্ৰকাশ কৰিছে। প্ৰকাশিত প্ৰতিবেদনত দাবী কৰা হৈছে যে ৰাজস্থানৰ ৪টা লোকসভা সমষ্টি ছিকাৰ, ঝুনঝুন, জয়পুৰ আৰু বৰমেৰ-জয়ছালমেৰৰ ৩১টা বুথত বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোৱে এটাও ভোট নাপালে।

Apply Now

কিন্তু এই চাৰিটা সমষ্টিৰ ভিতৰত জয়পুৰ সমষ্টিত জয়ী হৈছে গেৰুৱা শিবিৰ। ৰাজস্থানৰ ২৫খন লোকসভাৰ আসনৰ ভিতৰত ১৪খন আসনত বিজেপিয়ে জয়লাভ কৰিছে। অৱশ্যে বুথ-ভিত্তিক ৰিপৰ্ট ওলোৱাৰ পিছত বিজেপিৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে।

লগতে পঢ়কঃ মংগল গ্ৰহত কি ঘটিছে? বিজ্ঞানীসকলে পাইছে ভয়ংকৰ তথ্য; কেনেকৈ হ’ল এইবোৰ বৃহৎ গহ্বৰ?

দেখা গৈছে যে ৰাজস্থানৰ ঝুনঝুন লোকসভা সমষ্টিৰ পিলানীৰ ৮৪ নম্বৰ বুথত গেৰুৱা শিবিৰেও এটাও ভোট লাভ কৰা নাছিল। ছিকাৰ লোকসভা সমষ্টিৰ দান্তাৰামগড়ৰ ৩২ নং বুথতো একেই অৱস্থা। জয়পুৰৰ হাৱামহল বিধানসভাৰ ১২৯ নম্বৰ বুথতো ভোটদান হোৱা ৩৯৭টা ভোটৰ ভিতৰত ইণ্ডিয়া মিত্ৰজোঁটে ৩৯২টা ভোট লাভ কৰাৰ বিপৰীতে অন্যান্যই ৫টা ভোট লাভ কৰে। ইয়াতো বিজেপিয়ে শূন্য পাইছে। ইয়াৰ বাহিৰেও জয়ছালমেৰ লোকসভা সমষ্টিৰ ২৮টা বুথত গেৰুৱা শিবিৰে এটাও ভোট লাভ নকৰিলে।

এনে খবৰ ওলোৱাৰ লগে লগে স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে যে বিজেপিৰ বুথ সভাপতিসকলেও তেন্তে বিজেপিক ভোট দিয়া নাই? সাংগঠনিক দৃষ্টিকোণৰ পৰা ৰাজস্থানত বিজেপি বৰ দুৰ্বল নহয়। বসুন্ধৰা ৰাজে ৬ বছৰ আগতেও ইয়াত বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী আছিল। ইমানবোৰ বুথৰ সভাপতিয়েও দলটোক ভোট নিদিয়াৰ বাবে স্বাভাৱিকতে দলটোৰ সাংগঠনিক দুৰ্বলতাক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিছে।

কিন্তু কেৱল শূন্যই নহয়, ৰাজস্থানৰ ৭টা লোকসভা সমষ্টিৰ ৩৩টা বুথত কেন্দ্ৰৰ শাসকীয় দলটোৱে ‘এটা’কৈ ভোট পাইছে। ‘দৈনিক ভাস্কৰ’ৰ প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোৱে আলৱাৰ, যোধপুৰ, জয়পুৰ, ছিকাৰ, দৌছা, ভৰতপুৰ, বৰমেৰ এই ৭টা লোকসভা সমষ্টিৰ ৩৩টা বুথত মাত্ৰ এটাকৈ ভোট লাভ কৰিছে। ফলত এই সমষ্টিসমূহত দলৰ বুথৰ সভাপতিসকলে অন্ততঃ বিজেপিক ভোট দিয়া বুলি ধাৰণা কৰা হৈছে।

লগতে পঢ়কঃ লোকসভাত ৰাহুল গান্ধীৰ হিন্দুত্ব সম্পৰ্কীয় মন্তব্য; ৰাহুলক সমৰ্থন শংকৰাচাৰ্যৰ

কিন্তু তাকলৈও প্ৰশ্ন উত্থাপন হৈছে। কাৰণ, নিৰ্বাচন উপলক্ষে নিৰ্বাচনৰ বহু আগতেই বিজেপিয়ে এটা বুথ সভাপতি আৰু তেওঁৰ সৈতে প্ৰতিটো বুথত ১১ৰ পৰা ২১জনীয়া এটা দল গঠন কৰিছিল। ফলত বুথৰ ভিত্তিত গেৰুৱা শিবিৰে কমেও ১১ৰ পৰা ২১টা ভোট লাভ কৰিবই লাগে। কিন্তু ৬ বছৰ পূৰ্বেও বিজেপি ক্ষমতাত থকা ৰাজ্যখনত ‘শূন্য’ আৰু ক’ৰবাত ‘এক’ পোৱাত নাক কটা গৈছে গেৰুৱা শিৱিৰৰ!

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm
“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

September 14, 2026 7:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd