উত্তৰ-পূব

বজাৰত ধোনীৰ পামৰ জৈৱিক পাচলি; সস্তাতে বিক্রী কৰিছে বিলাহী, বন্ধাকবি!

ক্ৰিকেটৰ খেলপথাৰত হাতত বেট আৰু গ্ল’ভছ পিন্ধি ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক ‘কেপ্টেইন কুল’ মহেন্দ্ৰ সিং ধোনীয় বহু সুন্দৰ ইনিংছ উপহাৰ...

Read moreDetails

অন্নদাতা কৃষকসকল সদায় আমাৰ সন্মানৰ আৰু আদৰৰ: ৰণজিৎ কুমাৰ দাস

বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ দ্বাৰা "কৃষক সন্মিলনী" অনুষ্ঠিত কৰা হয়। বিজেপিৰ ৰাজ্যিক সভাপতি  ৰণজিৎ কুমাৰ...

Read moreDetails

মহানুভৱতা! চাৰি মাহত প্ৰায় ৩১হাজাৰ কোটি টকা দান কৰিলে এইগৰাকী মহিলাই

দান কৰাটো সকলোৰে বাবে সহজ কাম নহয়। বিশ্বত এনে বহু ধনাঢ্য ব্যক্তি আছে যিয়ে দান কৰাৰ ক্ষেত্ৰত কাৰ্পণ্য কৰা দেখা...

Read moreDetails

২১ ডিচেম্বৰত ৰাজ্যত সংখ্যালঘুৰ বাবে নতুন ৰাজনৈতিক দল ঘোষণাৰ প্ৰস্তুতি

ভাৰতবৰ্ষ স্বাধীন হোৱা ৭৩ বছৰ পাৰ হৈ গল। কিন্তু আজিলৈকে অসমৰ সংখ্যালঘুৰ সমস্যাৰ সমাধান হোৱা নাই। যুগ যুগ ধৰি অসমত...

Read moreDetails

নগাঁৱত নগঞা ছাত্ৰ শক্তিৰ উদ্যোগত ‘কা’ বাতিলৰ দাবীত ৰণ- হুংকাৰ

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ('কা') বাতিলৰ দাবীত আজি উত্তাল হৈ পৰে নগাঁও চহৰ। নগঞা ছাত্ৰ শক্তিৰ উদ্যোগত নগাঁও চহৰৰ মতিৰাম...

Read moreDetails

দুই এটা বিক্ষিপ্ত ঘটনাৰ মাজেৰে মৰিগাঁৱত সামৰণি পৰিল তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ

বিক্ষিপ্ত দুই এটা ঘটনা প্ৰৱাহৰ মাজেৰে মৰিগাঁৱত সামৰণি পৰিল তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। ৩৬টা সংসদীয় ১৮ সমষ্টিত অনুষ্ঠিত হোৱা...

Read moreDetails

ৰাজনৈতিক কুৰুক্ষেত্ৰলৈ জাতীয়তাবাদী যুৱৰাজ! সন্মুখত ‘ৰাষ্ট্ৰসেনা’ৰ প্ৰত্যাহ্বান?

২০২১’ৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচন পৰিৱৰ্তিত হ’ব নেকি ৰাজনৈতিক কুৰুক্ষেত্ৰৰ ৰণলৈ? ইয়াত কৌৰৱ হ’ব কোন? পাণ্ডৱ হ’ব কোন? ইয়াক লৈ ইতিমধ্যে...

Read moreDetails

বিয়াৰ ৮ ঘণ্টা পূৰ্বে চিৰ জীৱনৰ বাবে পংগু হৈ পৰিল কইনা, কি কৰিলে দৰাই?

চিনেমাৰ কাহিনীৰ দৰেই এক কাহিনীয়ে বাস্তৱ ৰূপ পালে উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত। প্ৰায় ১৫ বছৰ আগতে মুক্তি লাভ কৰা শাহিদ কাপুৰ-অমৃতা ৰাও...

Read moreDetails

মাস্ক অবিহনে ৰাজহুৱা স্থানত প্ৰধানমন্ত্ৰী মোদী; ছচিয়েল মিডিয়াত প্ৰশ্ন তুলিলে ‘আম আদমি’য়ে

কৰ’না পৰিস্থিতিৰ মাজত কেইবাবাৰো টেলিভিশ্বনত প্ৰধানমন্ত্ৰী  মোদীক জনসাধাৰণৰ উদ্দেশ্যি ভাষণ দিয়া দেখা গৈছে। মোদীয়ে প্ৰতিবাৰেই দেশৰ পৰা কৰ’নাই বিদায় লোৱা...

Read moreDetails

চোৰক পালে মোৰে! চুৰি কৰিবলৈ গৈ মন্দিৰৰ ভিতৰতে শুই পৰিল জাৰত কঁপি থকা চোৰে

জাৰত কঁপি থাকিলে কি হ’ব পাৰে? সন্তৰ্পনে চোৰ কৰিও ওলাই আহিব নোৱাৰি। তাতেই মন্দিৰৰ ভিতৰৰ গৰম বিচনাৰ উমৰ আকৰ্ষণ কেনেকৈ...

Read moreDetails
Page 2708 of 6176 1 … 2,707 2,708 2,709 … 6,176

Stay Connected

Recent News