• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুনৰ ক’ৰ’ণাতংক! : মহাৰাষ্ট্ৰৰ পিছত আন এখন ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 23, 2020 2:35 pm

1 min read

index
34.4k
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটেইনত ক’ৰ’ণা ভাইৰাছৰ নতুন ৰূপে সংক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে ভাৰততো ইতিমধ্যে সতৰ্কতা অৱলম্বন কৰা হৈছে।

ইতিমধ্যে ব্ৰিটেইন আৰু ভাৰতৰ মাজৰ আন্তৰ্জাতিক বিমান সেৱা বন্ধ  কৰা হ’ব বুলি কেন্দ্ৰ চৰকাৰে ঘোষণা কৰাৰ সময়তে কলকতা বিমান বন্দৰত তিনিজন ক’ৰ’ণাক্ৰান্ত বিমান যাত্ৰীক চিনাক্ত কৰা হৈছে।

মংগলবাৰলৈকে নতুন ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত ২২ লোকক দেশত চিনাক্ত কৰা হৈছে।

ইয়াৰ পিছতে ভাৰততো নতুন ক’ৰ’ণা ভাইৰাছক প্ৰতিৰোধৰ বাবে কিছুমান ৰাজ্যই সতৰ্কতা অৱলম্বন কৰিছে।

ইতিমধ্যে মহাৰাষ্ট্ৰই ৰাজ্যখনত নৈশ সান্ধ্য আইন বলৱৎ কৰাৰ পিছত কৰ্ণাটকেও আজিৰ পৰা ৰাজ্যখনত নৈশ সান্ধ্য আইন বলৱৎ কৰিছে।

বুধবাৰে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে যে ৰাতি ১০ বজাৰ পৰা পুৱা ৬ বজালৈ অহা ২ জানুৱাৰীলৈকে ৰাজ্যখনত নৈশ সান্ধ্য আইন বলৱৎ কৰা হ’ব।

“ইউ কেত ক’ৰ’ণা নতুন ৰূপৰ ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ ৰাজ্যত নৈশ সান্ধ্য আইন বলৱৎ কৰা হৈছে। ৰাজ্যত উপস্থিত হোৱা আন্তৰ্জাতিক বিমান যাত্ৰীসকলক নিৰীক্ষণ কৰাও হৈছে।” কৰ্ণাটকৰ স্বাস্থ্য মন্ত্ৰী ডাঃ কে সুধাকৰে সংবাদ মাধ্যমৰ আগত কয়।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd