ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (IGNOU)ৰ জুলাই শিক্ষাবৰ্ষৰ বাবে নামভৰ্তিৰ সময়সীমা বৃদ্ধি কৰা হৈছে। এতিয়া IGNOU ২০২০ৰ নামভৰ্তিৰ বাবে আবেদনৰ...
Read moreDetailsযিটো সময়ত দেশত ক্ৰমবৰ্দ্ধমান ধৰ্ষণৰ ঘটনাই সচেতন লোকসকলক চিন্তাত পেলাইছে পেলাইছে সেই সময়তে ধৰ্ষণকলৈ এগৰাকী ৰাজনৈতিক নেতাই কৰা স্পৰ্শকাতৰ মন্তব্যই...
Read moreDetailsবোকাখাত সমষ্টিৰ বিধায়ক তথা কৃষি আৰু পশু পালন বিভাগৰ মন্ত্রী অতুল বৰাই দেওবাৰে গৃহ সমষ্টি বোকাখাতত দুখনকৈ আদৰ্শ বিদ্যালয়ৰ গৃহ...
Read moreDetailsকৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ দ্বাৰা "অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প" চমুকৈ এপাৰ্ট ৰ অধীনত মৰিগাঁও জিলাৰ ডোঙাবৰী গাওঁত...
Read moreDetailsবাক্সা জিলাৰ তামুলপুৰত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে দেওবাৰে বিটিচি পৰিষদীয় নিৰ্বাচনৰ ৰণডংকা বজায়। তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৮...
Read moreDetailsসদৌ তিৱা ছাত্ৰ সন্থাৰ মৰিগাঁওস্থিত মুখ্য কাৰ্যালয়ৰ গণেশ চন্দ্ৰ সেনাপতি ভৱনত সংগঠনটোৰ নেতৃত্বই এখন সংবাদ মেল সম্বোধন কৰে। ''অসম ৰাজধানী...
Read moreDetailsSG-285নম্বৰ স্পাইজেট বিমান যোগে বেংককৰ পৰা দিল্লী হৈ গুৱাহাটীলৈ আত্মসমৰ্পণ কৰিবলৈ অহাৰ সময়তে আৰক্ষীয়ে খবৰ পাই গুৱাহাটীৰ বৰঝাৰ লোকপ্ৰিয় গোপীনাথ...
Read moreDetailsএতিয়াৰে পৰা পূৰ্বৰ দৰে বুকিং কৰি LPG চিলিণ্ডাৰৰ হোম ডেলিভাৰী লাভ নকৰিব উপভোক্তাই। LPG চিলিণ্ডাৰৰ হোম ডেলিভাৰীৰ নতুন নিয়ম প্ৰৱৰ্তন...
Read moreDetailsপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত আৰম্ভ কৰিছিল এক নতুন শ্ল’গান। এই শ্ল’গানটো আছিল ‘আত্মনিৰ্ভৰ ভাৰত’। এই শ্ল’গানৰ অনুপ্ৰেৰণাতে এইবাৰে ভাৰতত প্ৰস্তুত...
Read moreDetailsআজি আবু ধাবিত অনুষ্ঠিত আই পি এলৰ এখন অন্যতম গুৰুত্বপূৰ্ণ মেচত চেন্নাই ছুপাৰ কিংছ দলে কিংছ ইলেভেন পঞ্জাৱ দলক ৯...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd