উত্তৰ-পূব

দিল্লীৰ আপত্তি আওকাণ কৰি কেজৰিৱালৰ পক্ষতে আমেৰিকা; কংগ্ৰেছৰ একাউণ্ট ফ্ৰীজকলৈও সৰৱ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ন্যায় লাভ কৰাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত জো বাইডেন প্ৰশাসনে নিজৰ স্থিতিৰ পৰা আঁতৰি আহিবলৈ অনিচ্ছুক। বুধবাৰে...

Read moreDetails

নিবনুৱা সমস্যাৰ সমাধান চৰকাৰৰ বাবে সম্ভৱ নহয়; নিৰ্বাচনৰ পূৰ্বে উপদেষ্টাৰ মন্তব্যত অস্বস্তিত মোডী!

লোকসভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় দল বিজেপি দেশৰ নিবনুৱা সংখ্যাক লৈ অস্বস্তিত পৰিছে। আত্মনিৰ্ভৰ ভাৰতৰ সপোন দেখা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দিনত...

Read moreDetails

বিশ্বৰ সৰ্ববৃহৎ দুৰ্নীতি নিৰ্বাচনী বণ্ড, ফল ভূগিব মোদী চৰকাৰে; মন্তব্য নিৰ্মলা সীতাৰমনৰ স্বামীৰ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ অৰ্থনীতিবিদ স্বামী পৰকলা প্ৰভাকৰে  লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰবাৰ মোডী চৰকাৰক অস্বস্তিত পেলালে। এইবাৰ তেওঁ দাবী কৰে...

Read moreDetails

IPL-ত অভিলেখ গঢ়ি ৰাণৰ পাহাৰ হায়দৰাবাদৰ; কঁকাল পোনাই যুঁজিও আত্মসমৰ্পন হাৰ্দিকৰ মুম্বাইৰ

বুধবাৰে আইপিএলৰ এখন তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলত হায়দৰাবাদৰ ‘ছানৰাইজ’ (সূৰ্যোদয়)দেখিবলৈ পোৱা গ’ল। আইপিএলৰ ইতিহাসত অভিলেখ গঢ়ি সৰ্বকালৰ সৰ্বোচ্চ ২৭৭ ৰাণ কৰি...

Read moreDetails

অবিশ্বাস্য! জাহাজৰ খুন্দাত খহি পৰিল এখন বিশাল দলং; ডুবিল বহু গাড়ী-মটৰ, ক’ত? চাওক ভিডিঅ’

অবিশ্বাস্য এক ঘটনা। এখন মালবাহী জাহাজৰ খুন্দাত এখন বিশাল দলং ভাঙি পৰিল। পুতলা দলঙৰ দৰে চকুৰ পলকতে টুকুৰা টুকুৰ হৈ...

Read moreDetails

কেজৰিৱালৰ মুক্তিৰ দাবীৰে আপ কৰ্মীৰ প্ৰতিবাদত ৰণক্ষেত্ৰত পৰিণত দিল্লী, আটক পঞ্জাৱৰ মন্ত্ৰী

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত মঙলবাৰে আম আদমী পাৰ্টিয়ে প্ৰধানমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচীৰ আহ্বান জনাইছিল। প্ৰতিবাদ ৰোধ কৰিবলৈ আৰক্ষীও...

Read moreDetails

সময়ৰ আহ্বান! ১৪ বছৰৰ তলৰ শিশুৰ বাবে কঠোৰভাৱে নিষিদ্ধ কৰা হ’ল ছ’চিয়েল মিডিয়া

এতিয়াৰে পৰা ১৪ বছৰৰ তলৰ ল’ৰা-ছোৱালীসকলে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিব নোৱাৰে। এই নিষেধাজ্ঞা কঠোৰভাৱে বলবৎ কৰা হৈছে। এই নিষেধাজ্ঞাৰ বাবে...

Read moreDetails

আম্বানীৰ নেতৃত্বত পৰাস্ত বেইজিং! এছিয়াৰ ‘চহকী ৰাজধানী’ এতিয়া মুম্বাই; কিন্তু দেশ হিচাপে ভাৰতত…

মুকেশ আম্বানীৰ নেতৃত্বত বেইজিঙক পৰাস্ত কৰিছে মুম্বাইয়ে। প্ৰথমবাৰৰ বাবে বিলিয়নেয়াৰ সংখ্যাত (যাৰ ধন ১০০ কোটি মাৰ্কিন ডলাৰতকৈও অধিক) ভাৰতৰ অৰ্থনৈতিক...

Read moreDetails

পেটৰ ভিতৰত জীয়া মাছ! কোনোমতে প্ৰাণ লৈ চিকিৎসালয়ত উপস্থিত এজন ব্যক্তি, তাৰপিছত…

অদ্ভুত ঘটনাটো সংঘটিত হৈছে ভিয়েটনামত। পেটৰ বিষত অস্থিৰ এজন ব্যক্তি। স্থানীয় চিকিৎসকে বিষৰ কোনো কাৰণ বিচাৰি নাপালে। অৱশেষত অসুস্থ অৱস্থাত...

Read moreDetails

কৰ্ণাটকত খনি মাফিয়াক আদৰণি বিজেপিৰ; তেওঁৰ ৯টা দুৰ্নীতিৰ গোচৰৰ তদন্ত কৰি আছে চিবিআইয়ে

'বিজেপিত গ’লেই সকলো মাফ', 'সকলো দুৰ্নীতিবাজ বিজেপিত গ’লেই ৱাশ্বিং মেচিনত নিকা হৈ পৰে', ৰাজনীতিত গেৰুৱা শিবিৰক লৈ এনে ধৰণৰ কটুক্তি...

Read moreDetails
Page 294 of 2567 1 293 294 295 2,567

Stay Connected

Recent News