উত্তৰ-পূব

কংগ্ৰেছ-আআইইউডিএফৰ মিত্ৰতা হ’লেও মুখ্যমন্ত্ৰী হ’ব কংগ্ৰেছৰ পৰাই, কোনে ক’লে?

অসম বিধানসভাৰ আগন্তুক নিৰ্বাচনত  কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা প্ৰায় চুড়ান্ত হোৱাৰ পথত। এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলেও চিকিৎসাধীন অৱস্থাত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ...

Read moreDetails

“এজন মন্ত্ৰী পাগল হৈছে, কংগ্ৰেছক ডুবাই এতিয়া বিজেপিক ডুবোৱাত লাগিছে এইসকলে’’: ৰূপজ্যোতি কুৰ্মী

"এজন মন্ত্ৰী পাগল হৈছে, কংগ্ৰেছৰ কাৰ্যকালত মন্ত্ৰী-বিধায়ক হৈ কংগ্ৰেছক ডুবাই এতিয়া বিজেপিক ডুবোৱাত লাগিছে এইসকলে"। এই মন্তব্য মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি...

Read moreDetails

শৰাইঘাটৰ শেষ যুঁজ নহয়, এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত শুনা গ’ল সভ্যতাৰ যুঁজৰ কথা

দেওবাৰে শিৱসাগৰত অনুষ্ঠিত হৈ থকা অসম ৰাজ্যিক জনতা যুৱ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত উদাত্ত ভাষণ প্ৰদান কৰে প্ৰতাপী মন্ত্ৰী হিমন্ত...

Read moreDetails

অসমত ১৩৫১ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ৩৩,৩২৪

১৩৫১গৰাকী ব্যক্তিয়ে দেওবাৰে অসমত ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ চিকিৎসালয় এৰিছে। এইসকলক ধৰি অসমত এতিয়ালৈকে মুঠ ১,৫২,১২৪গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য...

Read moreDetails

অসমত ৭৫৬ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৫.৭৬ শতাংশ

৭৫৬গৰাকী ব্যক্তি দেওবাৰে অসমত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। যোৱা ২৪ ঘণ্টাত ১৩,১২৩টা ক’ভিড টেষ্টত এইসকলক পজিটিভ পোৱা গৈছে। টেষ্টৰ তুলনাত...

Read moreDetails

অসমত আৰু ১৪ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৭৪৯লৈ বৃদ্ধি

আৰু ১৪গৰাকী ক’ভিড১৯ ৰোগীয়ে দেওবাৰে অসমত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ৭৪৯লৈ বৃদ্ধি পাইছে। অসমজুৰি বিভিন্ন জিলাৰ ক’ভিড ৰোগী মৃত্যুমুখত...

Read moreDetails

এছ আই কেলেংকাৰী: বিজেপিৰ দুৰ্নীতিৰ দোকানৰ গ্ৰাহক কোন? নাম প্ৰকাশ কৰিলে বৰপেটা জিলা কংগ্ৰেছে

"বিজেপিৰ দুৰ্নীতিৰ দোকানৰ গ্ৰাহক প্ৰাক্তন কংগ্ৰেছী ৰকিবুল ইছলাম ৷ বিজেপিয়ে দুৰ্নীতিৰ দোকান খুলিছে বাবেহে একাংশ লোক সেই দোকানৰ গ্ৰাহক হৈছে...

Read moreDetails

মাৰ্ঘেৰিটাৰ লিডুত অনলাইন ডাবোল গুটি চক্ৰৰ ধৃত ৬ জনক জেল হাজোতলৈ প্ৰেৰণ

সংবাদ মাধ্যমৰ বাতৰি সত্যতা প্ৰমাণ কৰি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অব্যাহত থকা অনলাইন ডাবোল গুটি জুৱাৰ বিৰুদ্ধে মাৰ্ঘেৰিটাৰ নৱনিযুক্ত মাৰ্ঘেৰিটা মহকুমা...

Read moreDetails

কংগ্ৰেছ শাসনলৈ আহিলেই কৃষক বিৰোধী তিনিওখন আইন বাতিল কৰা হ’ব, কথা দিলে ৰাহুল গান্ধীয়ে

কৃষকক শ্ৰম উৎপাদিত ফচলৰ অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ ওলোৱা তিনিখনকৈ কৃষক আইনৰ  কংগ্ৰেছে শাসনলৈ আহিলেই বাতিল কৰা হ’ব। এই প্ৰতিশ্ৰুতি...

Read moreDetails

অৰুণাচলৰ চাংলাঙত আছাম ৰাইফলছৰ বাহনত সন্দেহযুক্ত আলফাৰ ভয়ংকৰ আক্ৰমণ, এজন জোৱান নিহত

পুনৰ উগ্ৰপন্থীৰ আক্ৰমণত কঁপি উঠিল অৰুণাচলৰ চাংলাং অঞ্চল। দেওবাৰে পুৱা চাংলাং অঞ্চলৰ হেটলং গাওঁত আছাম ৰাইফলছৰ এখন বাহনৰ  ওপৰত সন্দেহযুক্ত...

Read moreDetails
Page 2963 of 6180 1 … 2,962 2,963 2,964 … 6,180

Stay Connected

Recent News