• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জিমনাষ্টিকৰ কঠিন কৌশল প্ৰদৰ্শনেৰে জিলিকি উঠিছে টীয়কৰ মৃদুপৱন

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
October 9, 2020 5:32 pm
a teok
197
VIEWS
Share on FacebookShare on Twitter

মানসিক শক্তি থাকিলে কোনো ধৰণৰ বাধাই  লক্ষ্যত উপনীত হোৱাত  হেঙাৰ  হ’ব নোৱাৰে।

তাকে প্ৰমাণ কৰি কঠোৰ পৰিশ্ৰম তথা একাগ্ৰতাৰ বলত নিজৰ লক্ষ্যৰ জখলাত বগাবলৈ সক্ষম হৈছে টীয়কৰ এজন উদীয়মান যুৱকে। নাম তেওঁৰ  মৃদুপৱন শইকীয়া,ঘৰ টীয়কৰ জগদুৱাৰ নতুন গাওঁত।

মৃদুপৱনে কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈয়ে প্ৰদৰ্শন কৰিছে এটাৰ পাছত আনটো  জিমনাষ্টিক ।

দৰাচলতে সৰুৰে পৰা জিমনাষ্টিকৰ  প্ৰতি আগ্ৰহী মৃদুপৱন।

অৰ্থিক সমস্যা তথা উপযুক্ত প্ৰশিক্ষণৰ অভাৱত নিজৰ ইচ্ছা কলিতে মৰহি গৈছিল যদিও আজিৰ পৰা প্ৰায় তিনিবছৰমান আগৰ পৰা মোবাইলৰ অনলাইন আৰু ইউটিউবত জিমনাষ্টিকৰ কৌশল চাই চাই ঘৰৰ ওচৰৰে পথাৰত অনুশীলন কৰি আজি এই কলাত নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।

তেওঁ এতিয়া এটাৰ পাছত আনটো  জিমনাষ্টিকৰ কঠিন খেলৰ  ভঙ্গীমা প্ৰদৰ্শন কৰিছব পৰা হৈছে।

সঁচাকৈ এয়া আকৰ্ষণীয়,বৰ্তমান ছচিয়েল মিডিয়াত বহুলভাৱে চৰ্চা লাভ কৰিছে মৃদুপৱনৰ এই প্ৰতিভাই।

উল্লেখযোগ্য যে টীয়কৰ দৰে অঞ্চলত জিমনাষ্টিকৰ প্ৰশিক্ষণৰ ব্যৱস্থাটো দুৰৰে কথা খেল খেলিবলৈকে এখন খেলপথাৰৰ অভাৱ।

তৎসত্তেও ঘৰৰ বাৰীৰ মুকলি স্থানত বা বিদ্যালয়ৰ খেলপথাৰতে প্ৰতিকূল পৰিবেশত এই কঠিন ক্ৰীড়াৰ অনুশীলন  কৰি গৈছে যুৱকজনে।

জিমনাষ্টিকেই  তেওঁৰ আশা প্ৰত্যাশা সকলো। সেয়ে এজন দক্ষ প্ৰশিক্ষকৰ পৰা সহায় বিচাৰিছে মৃদুপৱনে।

আগন্তুক দিনত এজন সফল জিমনাষ্টিক খেলুৱৈ হোৱাৰ সপোন পুহি ৰাখিছে মনত।এই ক্ষেত্ৰত কোনো সদাশয় ব্যক্তিৰ সহায় আশা কৰিছে খেলুৱৈগৰাকীয়ে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd