ভাৰত চৰকাৰে পিয়াজৰ ৰপ্তানি বন্ধ কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ পাছতে বাংলাদেশত পিয়াজৰ মূল্য ৫০ শতাংশ বৃদ্ধি পাইছে। সোমবাৰৰ পৰা...
Read moreDetailsমহামাৰী ক’ৰ’না ভাইৰাছৰ সংহাৰে দেশবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে। প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ এই ভাইৰাছবিধৰ কৱলত পৰিছে। দেশৰ স্বাস্থ্য...
Read moreDetailsমহিলাৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত সংস্থাপন কৰা ১ লাক ৩১ হাজাৰ চিচি টিভি কেমেৰা এতিয়া নিজেই অসুৰক্ষিত। শেহতীয়াকৈ ইয়াৰে...
Read moreDetailsৰাজ্যত সমাগত উৎসৱৰ বতৰ। কালিলৈ বিশ্ব খনিকৰ বিশ্বকৰ্মাৰ পূজা। সমগ্ৰ ৰাজ্যতে ভক্তপ্ৰাণ ৰাইজে অতি উলহ-মালহৰ মাজেৰে পূজা ভাগ উদযাপন কৰিব...
Read moreDetailsসুৰেশ ৰাইনাই চলিত আই পি এলৰ পৰা আতৰি থকাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তই চেন্নাই চুপাৰ কিংগছত বৃহৎ শূন্যতাৰ সৃষ্টি কৰিব বুলি...
Read moreDetails১৮৪৯গৰাকী ব্যক্তিয়ে অসমত ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ মঙলবাৰে চিকিৎসালয় এৰিছে। এইসকলক ধৰি অসমত ক’ভিডৰ পৰা আৰোগ্য মুঠ ব্যক্তিৰ সংখ্যা ১,১৬,৯০০লৈ...
Read moreDetailsবিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰাক্তন মুৰব্বী গ্ৰো হাৰ্লেম ব্ৰাণ্ডল্যাণ্টে ভবিষ্যতে মহামাৰীৰ পৰা হাত সৰাৰ ক্ষেত্ৰত পৰামৰ্শ আগবাঢ়াইছে। গ্ৰো হাৰ্লেমে উল্লেখ কৰা...
Read moreDetails২৪০৯গৰাকী ব্যক্তি অসমত মঙলবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৭.৩৫ শতাংশ। যোৱা ২৪ ঘণ্টাত ৩২,৭৭০টা টেষ্টত...
Read moreDetailsপৰিয়ালৰ লোকে বিয়াত বহিবলৈ আতিশয্য চলোৱা বাবে ঘৰৰ পৰা পলায়ন কৰা উত্তৰ প্ৰদেশৰ মিৰাটৰ এগৰাকী যুৱতীয়ে সাত বছৰ পাছত কেন্দ্ৰীয়...
Read moreDetailsঅসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ২৯ গৰাকীলৈ বৃদ্ধি পাইছে। আজি ৰাজ্যখনত এগৰাকী ৬৭...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd