• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কি দোষৰ বাবে ফেইচবুকলৈ চূড়ান্ত ‘চমন’ প্ৰেৰণ কৰিছে দিল্লী বিধানসভাই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 21, 2020 3:44 pm

1 min read

assets.newatlas.com
302
VIEWS
Share on FacebookShare on Twitter

ফেইচবুক ইণ্ডিয়ালৈ ‘চূড়ান্ত’ চমন প্ৰেৰণ কৰিছে দিল্লীৰ বিধানসভাৰ ‘শান্তি আৰু সম্প্ৰীতি’ কমিটিয়ে।

ফেইচবুকৰ বিৰুদ্ধে অভিযোগ আছিল যে যোৱা ফেব্ৰুৱাৰী মাহত দিল্লীত সংঘটিত হিংসাত্মক ঘটনাৰ সময়ত বিদ্বেষ বিয়পাই তোলা পোষ্টবোৰ ফেইচবুকে মচি দিয়া নাছিল।

এই অভিযোগ সম্পৰ্কে ফেইচবুক ইণ্ডিয়াৰ পৰা দিল্লী বিধানসভাই জবাব বিচাৰি আগন্তুক বুধবাৰে ‘শান্তি আৰু সম্প্ৰীতি’ কমিটিৰ সন্মুখত হাজিৰ হ’বলৈ চূড়ান্ত নিৰ্দেশ দিছে ফেইচবুক ইণ্ডিয়াৰ শীৰ্ষ বিষয়াক।

উল্লেখ্য যে, যোৱা ১৫ ছেপ্টেম্বৰত দিল্লী বিধানসভাৰ ‘শান্তি আৰু সম্প্ৰীতি’ কমিটিয়ে ফেইচবুক ইণ্ডিয়াৰ পৰিচালন সঞ্চালক অজিত মোহনক উপস্থিত হ’বলপৈ নিৰ্দেশ দিছিল। কিন্তু তেওঁ কমিটিৰ নিৰ্দেশ অৱমাননা কৰি উপস্থিত হোৱা নাছিল।

চমন লাভ কৰিও ফেইচবুক ইণ্ডিয়াই দিল্লী বিধানসভাৰ ‘শান্তি আৰু সম্প্ৰীতি কমিটি’ৰ সন্মুখত উপস্থিত নোহোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে উক্ত সমিতিয়ে।

“তেওঁলোকক উপস্থিত থাকিবলৈ তেওঁলোকলৈ এক জাননী প্ৰেৰণ কৰা হৈছিল। এই জাননী অগ্ৰাহ্য কৰা হৈছে। সাংবিধানিক কতৃৰ্ত্ব থকা এক কমিটিৰ অধিকাৰ আৰু মৰ্যাদাকো অৱমাননা কৰিছে ফেইচবুক ইণ্ডিয়াই।” কমিটিৰ অধ্যক্ষ তথা আম আদমিৰ বিধায়ক ৰাঘব চড্ডাই এইদৰে কয়।

কমিটিয়ে এইবাৰ কঠোৰতা প্ৰদৰ্শন কৰি কৈছে যে যদি ফেইচবুক ইণ্ডিয়াই পুনৰ এই চমনক অগ্ৰাহ্য কৰে তেনে তেওঁলোকৰ  প্ৰতি শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰিব।

Recent News

Hiren Gohain_3

অখিল গগৈৰে মতানৈক্য: ৰাইজৰ দলৰ উপদেষ্টা পদৰ পৰা পদত্যাগ ডঃ হীৰেন গোঁহাইৰ

Madrassas1_0

দেশৰ ১০০ খন মাদ্ৰাছাত পঢ়োৱা হ’ব গীতা-ৰামায়ণ

aa l177_18961614762846

‘চৰকাৰৰ মতৰ বিৰুদ্ধে গ’লেই ৰাষ্ট্ৰদ্ৰোহ কৰা নহয়’, ফাৰুক আব্দুল্লাক সকাহ দিলে উচ্চতম ন্যায়ালয়ে

Electronic Voting Ma

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰশিক্ষণ কাৰ্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd